Google search engine
25.5 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeআঞ্চলিক৪৪গৰাকী কিন্নৰে সাব্যস্ত কৰিলে ভোট

৪৪গৰাকী কিন্নৰে সাব্যস্ত কৰিলে ভোট

গুৱাহাটী : তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্তিম দিনা ৪৪গৰাকী কিন্নৰে ভোটদান কৰে৷ কামৰূপ মেট্ৰ’ৰ চাৰিটা সমষ্টিত আজি তেওঁলোকে সাব্যস্ত কৰে ভোট৷

আৰু পঢ়িব পাৰিব : এনচিপিৰ নেতা দিলীপ ৱালছে পাটিলে গ্ৰহণ কৰিব মহাৰাষ্ট্ৰৰ নতুন গৃহমন্ত্ৰীৰ দায়িত্ব

অসম চৰকাৰৰ সহযোগিতাত গুৱাহাটী উচ্চ ন্যায়ালয়ে কিন্নৰসকলৰ সুবিধাৰ্থে পৃথক ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰিছে৷

আৰু পঢ়িব পাৰিব : অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ : আৰম্ভণিতে বিকল ইভিএম

ইয়াৰ উপৰি প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত ১২৪গৰাকী কিন্নৰে ভোটদান কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ ৩৯টা সমষ্টিত ১৩৫জনে ভোটপ্ৰদান কৰে৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.5 ° C
25.5 °
25.5 °
96 %
0.7kmh
100 %
Mon
31 °
Tue
31 °
Wed
30 °
Thu
33 °
Fri
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular