Google search engine
28 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeআঞ্চলিকপৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰী জড়িত দুৰ্নীতিত : কুমাৰ সঞ্জীৱ কৃষ্ণৰ ফোনকলত ফাদিল তথ্য

পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰী জড়িত দুৰ্নীতিত : কুমাৰ সঞ্জীৱ কৃষ্ণৰ ফোনকলত ফাদিল তথ্য

মঙলদৈ: পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰী জড়িত দুৰ্নীতিত৷ দৰঙৰ জিলা পৰিবহণ বিষয়া কুমাৰ সঞ্জীৱ কৃষ্ণৰ ফোনকলত ফাদিল হৈছে সকলো তথ্য৷ প্ৰতিমাহে ট্ৰাক-বাছ আৰু অন্যান্য বাহনৰ পৰা সংগ্ৰহ কৰে ধন৷ দৰঙৰ পৰিবহণ বিষয়াজনে সংবাদ মাধ্যমত ফোনকলৰ জৰিয়তে প্ৰকাশ কৰে এই তথ্য৷

উল্লেখ্য যে, দৰং জিলাৰ এইজন পৰিবহণ বিষয়া কুমাৰ সঞ্জীৱ কৃষ্ণক বৃহস্পতিবাৰে নিলম্বন কৰিছিল। সুৰাপান কৰি ৰাজপথত উদ্ভণ্ডালি কৰাৰ অভিযোগত নিলম্বন কৰা হয় তেওঁক৷ পূৰ্বেও বহু অভিযোগ আছে অভিযুক্ত সঞ্জীৱৰ বিৰুদ্ধে৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱীৰ নিৰ্দেশত নিলম্বন হৈছিল তেওঁ৷ বিতৰ্কিত বিষয়াগৰাকীক বদলিৰ দাবী কৰিছিল মঙলদৈৰ দল-সংগঠনে৷ পৰিবহণ আয়ুক্তক ১৫ দিনৰ ভিতৰত প্ৰতিবেদনৰ নিৰ্দেশ দিছিল মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sat
28 °
Sun
27 °
Mon
30 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular