Google search engine
30 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeআঞ্চলিকআলফাই অপহৰণ কৰা ‘কুইপ’ৰ ২কৰ্মচাৰীক লৈ কি ক'লে ড: হীৰেন গোহাঁইয়ে ?

আলফাই অপহৰণ কৰা ‘কুইপ’ৰ ২কৰ্মচাৰীক লৈ কি ক’লে ড: হীৰেন গোহাঁইয়ে ?

গুৱাহাটী : আলফাই অপহৰণ কৰা ‘কুইপ’ৰ দুই কৰ্মচাৰীক কঠোৰ শাস্তি দিম বুলি কোৱাক লৈ বুদ্ধিজীৱী ড: হীৰেন গোহাঁইয়ে আজি সংবাদমেলযোগে দুৰ্ভাগ্যজনক আখ্যা দিয়ে৷ আলফাই ঘোষণা কৰা সিদ্ধান্তত অসমৰ মানুহে দুখহে পাব বুলি মত প্ৰকাশ কৰে৷

আৰু পঢ়িব পাৰিব : ফাঁচিকাঠৰ দিশে মাতৃ, ৰাষ্ট্ৰপতিক ক্ষমাৰ আবেদন ১২ বছৰীয়া পুত্ৰ

ইয়াৰ উপৰি তেওঁ কয়, ‘পৰেশ বৰুৱাই এনেধৰণৰ ঘোষণা নকৰি চৰকাৰৰ লগত আলোচনা কৰিব পাৰিলে হয়৷” আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক নতুনকৈ বিষয়টো চিন্তা কৰি চৰকাৰৰ লগত আলোচনা কৰিবলৈ আহ্বান জনাই আৰু এই কাণ্ডৰ বিৰুদ্ধে অসমবাসীক প্ৰতিবাদ কৰিবলৈ আহ্বান হীৰেন গোহাঁইৰ৷

আৰু পঢ়িব পাৰিব : ‘আছু’ উপ-সভাপতি মানিক গগৈৰ পদত্যাগঃ আৱেগিক ছাত্ৰকৰ্মী

আলফাই লোৱা চূড়ান্ত সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দি কোম্পানীত কাম কৰা এই বিষয়া দুজন দায়ী নহয় বুলিও তেওঁ কয়৷ এই সিদ্ধান্তই অসমক কি উপকাৰ কৰিব সেয়া বোধগম্য নহয় আৰু এয়া অৰ্থহীন আৰু ভয়ংকৰ লজ্জাজনক ঘটনা হৈছে বুলি মন্তব্য কৰে৷ ইয়াৰ উপৰি সংবাদমেলত তেওঁ এনে দুৰ্ভাগ্যজনক কাম যাতে নহয় তাৰ বাবে সংযুক্ত মুক্তি বাহিনী (অসম)পৰেশ বৰুৱালৈ আহ্বান জনায় আৰু যিসকল ‘কা’ আন্দোলনত কাৰাৰুদ্ধ কৰি ৰাখিছে সেইসকল মুক্তিৰ দাবী জনাবলৈও আহ্বান৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
74 %
0kmh
20 %
Thu
34 °
Fri
34 °
Sat
31 °
Sun
32 °
Mon
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular