Google search engine
25.4 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকআজিয়ে শেষ আলফা (স্বাঃ) দিয়া সময়সীমা : কি হ'ব ২ বিষয়াৰ জীৱন...

আজিয়ে শেষ আলফা (স্বাঃ) দিয়া সময়সীমা : কি হ’ব ২ বিষয়াৰ জীৱন ?

শিৱসাগৰ : চৰম শংকা আৰু তীব্ৰ উৎকণ্ঠাৰ মাজত এতিয়া দুই পৰিয়াল৷ আলফা (স্বাঃ)নে অপহৰণ কৰা কুইপ’ৰ অপহৃত দুই বিষয়াৰ সময়সীমা আজি উকলিব৷ যাৰ বাবে অপহৃত দুই বিষয়াৰ জীৱনক লৈ অনিশ্চয়তাত পৰিছে দুয়োটা পৰিয়াল৷

আৰু পঢ়িব পাৰিব : কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ

দুই বিষয়াৰ মুক্তিৰ বিনিময়ত আলফাই ২০কোটি টকা দাবী কৰিছিল আৰু শেষ সময়সীমা বান্ধি দিছিল আজিলৈকে৷ অৰুণাচলৰ চাংলাঙৰ পৰা অপহৃত বিহাৰৰ ৰামকুমাৰ আনজন অপহৃত বিষয়া শিৱসাগৰৰ প্ৰণৱ গগৈ৷ আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাসগৃহত ইতিমধ্যে সাক্ষাৎ কৰি মুক্তি দিবৰ বাবে অনুৰোধ জনাইছিল দুই পৰিয়ালৰ লোকে৷

আৰু পঢ়িব পাৰিব : আকৌ অসমলৈ মোদী-শ্বাহ : ক’ত, কেনেকৈ প্ৰস্তুতি ?

অৱশ্যে চৰকাৰ, কুইপ’ৰ নিৰ্লিপ্ততাৰ শংকা বাবে বাঢ়িছে দুই বিষয়াৰ জীৱনৰ প্ৰতি৷ বৰ্তমানলৈ কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই বিষয়া দুগৰাকীৰ মুক্তিপণৰ বাবে৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.4 ° C
25.4 °
25.4 °
94 %
2.7kmh
100 %
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular