Google search engine
28 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeআঞ্চলিকমৃত্যুৰ বাতৰি ভুৱা : কেনে আছে ভিতালী দাস?

মৃত্যুৰ বাতৰি ভুৱা : কেনে আছে ভিতালী দাস?

গুৱাহাটী : কেনে আছে শিল্পী ভিতালী দাস? কৰ’নাত আক্ৰান্ত শিল্পীগৰাকী অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। দুৰ্ভাগ্যজনকভাৱে একাংশ সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি ভুৱা বাতৰি প্ৰচাৰ হৈছে। কিন্তু হাস্পতাল কৰ্তৃপক্ষই শিল্পীগৰাকীৰ মৃত্যু বাতৰি ভুৱা বুলি প্ৰকাশ কৰিছে।

আৰু পঢ়িব পাৰিব: ক’ভিড সংকট : চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ প্ৰিয়ংকাৰ

তেওঁৰ মৃত্যুৰ ভুৱা বাতৰি প্ৰচাৰ হৈ থকাৰ ফলত শোকস্তব্ধ হৈ পৰিছিল অনুৰাগীসকল৷ কিন্তু এই খবৰ মিছা বুলি আশ্বাস দিয়ে হাস্পতাল কৰ্তৃপক্ষই৷ ‘কালাপাহাৰ ক’ভিড চেণ্টাৰ’ৰ আইচিইউত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী৷ তেওঁক ভেণ্টিলেশ্যনত ৰখা হৈছে বুলি হাস্পতাল কৰ্তৃপক্ষই নিশ্চিত কৰিছে৷

আৰু পঢ়িব পাৰিব: বহিঃৰ্বিশ্বৰে সংযোগ বিচ্ছিন্ন! কৰ’নাই অকলশৰীয়া কৰিব নেকি ভাৰতক?

উল্লেখ্য যে, ৩ দিন পূৰ্বে তেওঁৰ দেহত ধৰা পৰিছিল ক’ভিডৰ উপস্থিতি৷ বিহু অনুষ্ঠানৰ মাজতেই অসুস্থ হৈ পৰিছিল তেওঁ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sat
28 °
Sun
27 °
Mon
30 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular