spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকউপ-নিৰ্বাচনৰ ভোট গণনা : ৫টা সমষ্টিতে অগ্ৰগতি বিজেপিৰ

উপ-নিৰ্বাচনৰ ভোট গণনা : ৫টা সমষ্টিতে অগ্ৰগতি বিজেপিৰ

গুৱাহাটী : পূৰ্ণ গতিত চলিছে ৫টা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনা৷ আটাইকেইটাতে বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে৷

থাওৰা সমষ্টিত পঞ্চম ৰাউণ্ডৰ অন্তত বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই নিকটতম প্ৰতিদ্বন্দি ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰত কৈ ১০৪২৯ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। সমষ্টিটোত বিজেপিয়ে ১৯,৮৮৫টা আৰু ৰাইজৰ দলে ৯৪৫৬টা ভোট লাভ কৰিছে৷


মৰিয়নী সমষ্টিত অগ্ৰগতি ৰূপজ্যোতি কুৰ্মীৰ৷ চতুৰ্থ ৰাউণ্ডৰ অন্তত ৰূপজ্যোতি কুৰ্মীৰ ১৬,১২৭ টা ভোটত অগ্ৰগতি।

ভৱানীপুৰত চতুৰ্থ ৰাউণ্ডত বিজেপিয়ে লাভ কৰিছে ১৯,০৭৮টা আৰু এআইইউ ডি এফ-৯৮৭টা ভোট৷

গোসাইগাঁও দ্বিতীয় ৰাউণ্ডৰ অন্তত  ইউ পি পি এল ৫৭৭৬,  কংগ্ৰেছ ৯৫৮ আৰু বিপিএফে ১৯১২টা ভোট লাভ কৰিছে৷ ইউ পি পি এল ৬৯৮৮টা ভোটত আগুৱাই আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular