Google search engine
25.1 C
Guwahati
Tuesday, August 3, 2021
Google search engine
Homeব্ৰেকিং নিউজপশ্চিমবংগত আজি শেষ পৰ্যায়ৰ নিৰ্বাচন

পশ্চিমবংগত আজি শেষ পৰ্যায়ৰ নিৰ্বাচন

কলকাতা : আজি পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে৷ পুৱা ৭ বজাৰ পৰা ৰাজ্যখনৰ ৪ খন জিলাৰ ৩৫টা সমষ্টিৰ বাবে হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ অষ্টম তথা অন্তিম পৰ্যায়ত ২৮৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব ভোটাৰে৷

আৰু পঢ়িব পাৰিব : আৰক্ষী-আলফাৰ সংঘৰ্ষ ! নিহত আলফা (স্বাঃ)ৰ নেতা…

ক’ভিডৰ সংক্ৰমণৰ মাজতে কঠোৰ নীতি-নিৰ্দেশনাৰ মাজেৰে চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটগ্ৰহনৰ সময়ত ক’ভিড প্ৰট’কল মানি গণতন্ত্ৰৰ উৎসৱত অংশ ল’বলৈ আহ্বান জনায়৷

আৰু পঢ়িব পাৰিব : ৰাজ্যত পুনৰ তিনিটাকৈ মৃদু ভূমিকম্পৰ জোঁকাৰণি

চিতলমাৰীৰ ১২৬নং বুথৰ ভোটগ্ৰহণো আজি চলিছে৷ ১০ এপ্ৰিলত হিংসাত্মক পৰিস্থিতিৰ বাবে স্থগিত হৈছিল ১২৬নং বুথৰ নিৰ্বাচন৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.1 ° C
25.1 °
25.1 °
97 %
1.4kmh
100 %
Tue
31 °
Wed
33 °
Thu
33 °
Fri
33 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular