Google search engine
30 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeৰাজনৈতিকপশ্চিমবংগত পুনৰ গঠন হ'ব মমতাৰ চৰকাৰ!

পশ্চিমবংগত পুনৰ গঠন হ’ব মমতাৰ চৰকাৰ!

কলকাতা: পশ্চিমবংগত প্ৰাক নিৰ্বাচনী সমীক্ষাত বিজেপিলৈ নিৰাশা৷ বংগত পুনৰ মমতা চৰকাৰৰ পূৰ্বাভাস ABP-C ভোটাৰৰ৷ ১৫৮ আসনেৰে TMCৰ মেজিক নম্বৰ অতিক্ৰমৰ ইংগিত৷

আৰু পঢ়িব পাৰিব : ৰাজ্যত প্ৰতিবছৰে ধৰ্ষণৰ বলি হয় প্ৰায় ১৭০০ মহিলা: কংগ্ৰেছ

২০১৬ৰ ২১১ আসনৰ পৰা অৱনমিত হ’ব TMC৷ ৩ আসনৰপৰা ১০২ আসনলৈ বৃদ্ধি পাব বিজেপিৰ শক্তি৷ কংগ্ৰেছ, বাওঁ শক্তিক সৰ্বাধিক ৩০ আসন দিছে সমীক্ষাটোৱে৷

আৰু পঢ়িব পাৰিব : কংগ্ৰেছ-এআইইউডিএফে মিত্ৰতা কৰিলেও বিজেপিৰ কোনো ক্ষতি নহয়: ৰণজিৎ দাস

কেৱল TMC-BJPএ শতকৰ ঘৰ অতিক্ৰম কৰাৰ ইংগিত ABP-C ভোটাৰৰ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
31.4 °
30 °
79 %
2.1kmh
75 %
Tue
29 °
Wed
30 °
Thu
33 °
Fri
26 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular