spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকৰাজ্যত পুনৰ গ্ৰেপ্তাৰ বাংলাদেশী, আটকাধীন লোক দুজনৰ নাম কি?

ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ বাংলাদেশী, আটকাধীন লোক দুজনৰ নাম কি?

ধুবুৰীঃ বুধবাৰে নিশা ধুবুৰীৰ ভাষাণীৰ চৰ অঞ্চলত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই বাংলাদেশী লোকক। আটকাধীন দুয়োগৰাকীয়ো সম্পৰ্কত পিতা-পুত্ৰ বুলি আমাৰ সাংবাদিকে জনাইছে ,বাংলাদেশী লোকজনৰ নাম মকবুল হুছেইন আৰু তেওঁৰ পুত্ৰৰ নাম বাসীৰ শেখ।

দিল্লী, হাৰিয়ানাৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত শ্ৰমিক হিচাপে কাম কৰিছিল তেওঁলোকে। শেহতীয়াকৈ পুত্ৰক লগত লৈ ভাষাণীৰ চৰত থকা শহুৰেকৰ ঘৰলৈ আহিছিল মকবুল। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্থানীয় আছাদুল আৰু ছিদ্দিক নামৰ দুজন লোকক। আছাদুল আৰু ছিদ্দিকে বাংলাদেশী পিতা-পুত্ৰক আশ্ৰয় দিয়াৰ বাবেই গ্ৰেপ্তাৰ হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular