spot_img
32 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআন্তঃৰাষ্ট্ৰীয়লিঅ'নেল মেছীৰ সাপ্তাহিক উপাৰ্জন কিমান ?

লিঅ’নেল মেছীৰ সাপ্তাহিক উপাৰ্জন কিমান ?

ইংলেণ্ডঃ ইংলেণ্ডৰ সাপ্তাহিক ৰেডিঅ’ টাইমছে চলিত বৰ্ষত সৰ্বাধিক উপাৰ্জন কৰা শীৰ্ষ ১০ জন খেলুৱৈৰ এখন তালিকা প্ৰকাশ কৰিছে। তালিকাৰ শীৰ্ষ স্থানত আছে তাৰকা ফুটবলাৰ লিঅ’নেল মেছী। বাৰ্চিলোনাত কটোৱা ২১ বছৰীয়া কেৰিয়াৰৰ পাছত আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছীয়ে বিগত মাহত পিএছজিত যোগদান কৰিছিল।

পিএছজিত এসপ্তাহত লিঅ’নেল মেছীৰ উপাৰ্জনৰ পৰিমাণ ১৩লাখ ২৫হাজাৰ ডলাৰ। আনহাতে অলপতে জুভেণ্টাছ এৰি ম্যানচেষ্টাৰ ইউনাইটেডত যোগদান কৰা পৰ্তুগীজ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ সাপ্তাহিক দৰমহা প্ৰায় ৪৫৩.৭৩ কোটি টকা।

অৰ্থাৎ পৰ্তুগীজ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ সাপ্তাহিক উপাৰ্জনৰ প্ৰায় আঢ়ৈ গুণ লাভ কৰে মেছীয়ে। উপাৰ্জনৰ ক্ষেত্ৰত নেইমাৰে মেছীৰ ঠিক কাষতে আছে। পিএছজিতাৰকা ফুটবলাৰজনৰ সাপ্তাহিক দৰমহা ৮লাখ ৩৬হাজাৰ ডলাৰ। প্ৰকাশিত তালিকাৰ তৃতীয় স্থানত আছে লুইছ ছোয়াৰেজ, চতুৰ্ত স্থানত আছে আঁতোয়ান গ্রিজমান , আনহাতে পঞ্চম স্থানত আছে ৰিয়েল মাদ্ৰিদৰ তাৰকা গেৰেথ বেল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
32 ° C
32.4 °
32 °
66 %
2.1kmh
40 %
Mon
34 °
Tue
32 °
Wed
27 °
Thu
31 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular