spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকমৃতক কাৰ? এটা মৃতদেহক লৈ লামডিঙত টনা আজোৰা দূই পক্ষৰ; ঘটনাটো কি?

মৃতক কাৰ? এটা মৃতদেহক লৈ লামডিঙত টনা আজোৰা দূই পক্ষৰ; ঘটনাটো কি?

লামডিং : ‘অসম দেশৰ বিষম কথা’- এটি মৃতদেহক লৈ চলিছে দুইপক্ষৰ মাজত টনা-আজোৰা৷ এই নাভূত-নাশ্ৰুত ঘটনাটোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এই ঘটনাৰ স্থান হৈছে লামডিং ৰে’লৱে চিকিৎসালয়৷ ঘটনাটোক কেন্দ্ৰ কৰি হাস্পতালখনত নিশা উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়।

মৃত ব্যক্তিজনৰ পত্নী কন্যা সহ পুত্ৰ

ঘটনাৰ বিৱৰণি অনুসৰি, চিকিৎসালয়খনত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ পাছত এটা মৃতদেহক লৈ দুটা পক্ষৰ মাজত চলে টনা আজৰা। মৃতদেহক কেন্দ্ৰ কৰি চিকিৎসালখনৰ ভিতৰতে মৃত ব্যক্তিজনৰ পত্নী কন্যা সহ পুত্ৰক প্ৰহাৰ কৰে সম্পৰ্কীয় দেৱৰেকে।

লামডিং ৰে’লৱে চিকিৎসালয়

পাছত লামডিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু সকলোকে লামডিং থানাত লৈ যায়। মীমাংসাত লামডিং আৰক্ষীয়ে স্বামীৰ মৃত দেহ পত্নীক নিৱলৈ অনুমতি জনায়৷ ইপিনে মৃত ব্যক্তিৰ জনৰ মৃত্যুৰ প্ৰমাণ পত্ৰ পত্নীক নিদিয়াৰ অভিযোগো উত্থাপন হয় ৰে’লৱে হাস্পতালৰ চিকিৎসকৰ বিৰুদ্ধে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular