spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকইছলামিক ৰাষ্ট্ৰ কিয় ভ্ৰমণ কৰিছিল আলী হাজৰিকাই?

ইছলামিক ৰাষ্ট্ৰ কিয় ভ্ৰমণ কৰিছিল আলী হাজৰিকাই?

ডিজিটেল ডেস্কঃ আৰক্ষীৰ জেৰাত প্ৰতিদিনে ন ন তথ্য পোহৰলৈ আহিছে প্ৰাক্তন ডি আই জি ৰৌণক আলী হাজৰিকাৰ। আজি তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ আৰু চিআইডিৰ দলে কাৰাগাৰত জেৰা চলাই নিলম্বিত বিষয়াজনক।

পৰ্বতসম সম্পত্তি আৰু ইছলামিক দেশ ভ্ৰমণ সন্দৰ্ভত জেহাদীৰ সৈতে কিবা যোগসূত্ৰ আছে নেকি সেই সন্দৰ্ভতো জেৰা চলাই তদন্তকাৰী দলে। আজি অন্তিমবাৰৰ বাবে জেৰা চলাব বুলি তদন্তকাৰী দলে সদৰী কৰিছিল যদিও ন ন তথ্য পোহৰলৈ আহি থকাৰ বাবে পুনৰ কাৰাগাৰতে জেৰা চলাব বুলিও সদৰী কৰে দলটোৱে। ইফালে আজি লাভ কৰা তথ্য সন্দৰ্ভত কেমেৰাত একো নক’লেও যদিও বহু তথ্য লাভ কৰা বুলিও জানিবলৈ দিয়ে। জেহাদ সন্দৰ্ভত সকলো কথা অগ্ৰাহ্য কৰিছে যদিও সকলো তথ্য সংবাদ মাধ্যমক অৱগত কৰিব বুলিও সদৰী কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular