spot_img
22 C
Guwahati
22 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিকসাৱধান সুৰাপায়ী ! সুৰাৰ বটলত ওলাল কি?

সাৱধান সুৰাপায়ী ! সুৰাৰ বটলত ওলাল কি?

ডিফু : আপুনি বিলাতী সুৰা সেৱন কৰে নেকি ? যদিহে সেৱন কৰে তেন্তে এতিয়াৰ পৰা সাৱধান হওক আপুনি৷ কাৰ্বি আংলঙৰ ডিফুত বিলাতী সুৰাৰ নামত গ্ৰাহকক বৰবিহ বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷

এজন গ্ৰাহকে ডিফুৰ মনোজ গুপ্তাৰ মালিকাধীন সুৰাৰ বিপনীত সুৰা ক্ৰয় কৰাৰ পাছতে দেখা পায় ভেঁকুৰ জাতীয় এক পদাৰ্থ৷ ক্ৰয় কৰা DS BLACK সুৰাৰ বটলত ভেঁকুৰ জাতীয় পদাৰ্থ প্ৰত্যক্ষ কৰাৰ পাছতে অৱগত কৰে সাংবাদিকক৷

ইতিমধ্যে ৰাজ্যজুৰি দেশীয় সুৰাই বহুতৰে জীৱনলৈ নমাই আনিছে অমানিশা৷ তাৰ মাজতে বিলাতী সুৰাৰ বটলত এনে বৰ্জনীয় ভেঁকুৰ জাতীয় পদাৰ্থৰ অৱস্থিতি নিশ্চিতভাৱে চিন্তনীয় হৈ পৰিছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular