Google search engine
30 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeআঞ্চলিকছহিদৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ

ছহিদৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ

গুৱাহাটী : ছ’চিয়েল মিডিয়াত বিতৰ্কিত মন্তব্য কৰি বিপদত লেখিকা শিখা শৰ্মা৷ অৱশেষত ছহিদৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিলে দিছপুৰ আৰক্ষীয়ে৷ দিছপুৰ আৰক্ষীয়ে সোধা-পোচৰ কাৰণে দিছপুৰ থানালৈ মাতে শিখাক । ইপিনে দিছপুৰ থানাত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল দুগৰাকী অধিবক্তাই৷

আৰু পঢ়িব পাৰিব : ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ এন ভি ৰামাণা

অভিযোগ অনুসৰি, ছত্তীশগড়ৰ ছহিদৰ সন্দৰ্ভত কৰিছিল অপমানজনক মন্তব্য আগবঢ়াইছিল লেখিকাগৰাকীয়ে৷ অধিবক্তা উমী ডেকা বৰুৱা আৰু কংকনা গোস্বামীয়ে ইয়াৰ সন্দৰ্ভত ৰুজু কৰিছিল গোচৰ৷ শেহতীয়াকৈ ফেচবুকত শ্বহীদ হোৱা ২৩ জন নিৰাপত্তাৰক্ষী জোৱানৰ বিৰুদ্ধে সামাজিক মাধ্যমত কৰা বিৰূপ মন্তব্যৰ বাবে ৰুজু কৰিলে এই গোচৰ৷

আৰু পঢ়িব পাৰিব : উত্তেজিত ভোটাৰক নিয়ন্ত্ৰণ কৰিবলৈ গৈ গুলী চালনা সুৰক্ষা বাহিনীৰ

ভৱিষ্যতে আৰু এনেকুৱা মন্তব্য নকৰিবলৈ আহ্বান অধিবক্তাদ্বয়ৰ৷ ইয়াৰ পূৱেও বহু কেইটা বিতৰ্কৰ মাজত সোমাই পৰিছিল লেখিকা গৰাকী। বৰ্তমান দিশপুৰ থানাত আছে শিখা শৰ্মা।

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
40 %
Mon
30 °
Tue
30 °
Wed
32 °
Thu
32 °
Fri
34 °

Watch latest Movies & TV Series on Prag Play

Most Popular