গুগল প্লেটফৰ্মৰ পৰা ডিলিট কৰা হৈছে ২,৫০০ ইউটিউব চেনেল

নতুন দিল্লী : ভুৱা আৰু বিতৰ্কিত বিষয়বস্তু সন্নিৱিষ্ট থকাৰ অভিযোগত ২,৫০০ কৈয়ো অধিক চীনৰ সৈতে সম্পৰ্কিত ইউটিউব একাউণ্ট গুগল প্লেটফৰ্মৰ পৰা ডিলিট কৰা হৈছে বুলি জানিব পৰা গৈছে।

আৰু পঢ়িব পাৰিব: মহামাৰী কৰ’না সন্ত্ৰাসৰ শেষ নহওঁতেই চীনত টীক বৰ্ণৰ সংক্ৰমণ

বিভিন্ন ধৰণৰ চীন সম্পৰ্কীয় ভুৱা বাতৰিয়ে বহুক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰালৈ লক্ষ্য কৰি এপ্ৰিলৰপৰা জুনলৈকে চলোৱা এই তদন্তত এইসমূহ চেনেল গুগলে ডিলিট কৰে৷

আৰু পঢ়িব পাৰিব: ১৫ আগষ্টলৈকে ৰাজ্যত প্ৰায় ৬৫হাজাৰ হ’ব নেকি কৰ’না ৰোগী ?

উল্লেখ্য যে অৰাজনৈতিক ভিডিঅ’ থকা চেনেলবিলাকৰ কমিউনিটী গাইডলাইন অনুসৰি ভিডিঅ’সমূহত ভুৱা তথ্য থকাৰ বাবে এইদৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES