Google search engine
27 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeআঞ্চলিকড্ৰাগছৰ বেহাত জ’মেটোৰ ডেলিভাৰী বয় !

ড্ৰাগছৰ বেহাত জ’মেটোৰ ডেলিভাৰী বয় !

যোৰহাট: নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ অভিযান। ড্ৰাগছৰ বেহাত এইবাৰ আটক কৰা হৈছে ডেলিভাৰী বয়৷ গুৱাহাটীৰ পাছত এইবাৰ যোৰহাটত ড্ৰাগছৰ বেহাত জড়িতৰ সন্দেহ প্ৰকাশ কৰি আটক ডেলিভাৰী বয়৷


আটক কৰা জ’মেটোৰ ডেলিভাৰী বয় অৰিন্দম দাসৰ সৈতে ড্ৰাগছসহ আৰু দুজনক আটক কৰিছে আৰক্ষীয়ে৷ আৰক্ষীৰ জালত পৰিছে ৰাজু চাহু, বিকি চৌধুৰী৷ ৰজামৈদাম নিউ ক’লনীত সচেতন ৰাইজে ধৰি আৰক্ষীক গটাই দিয়ে। ধৃত তিনিওজনৰেপৰা এখন স্কুটী জব্দ কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sun
28 °
Mon
30 °
Tue
29 °
Wed
31 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular