spot_img
24.8 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeৰাজনৈতিকছ’চিয়েল মিডিয়াৰ উচিত ব্যৱহাৰ কৰিবলৈ আহ্বান জোৰামথাংগাৰ

ছ’চিয়েল মিডিয়াৰ উচিত ব্যৱহাৰ কৰিবলৈ আহ্বান জোৰামথাংগাৰ

গুৱাহাটী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ৷ লগতে কথা পাতিলে অসমৰ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও৷ অসম-মিজো সীমান্ত সমস্যা সমাধানত সন্মতি প্ৰদান দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ৷

ছ’চিয়েল মিডিয়াত উচতনিমূলক প’ষ্ট নকৰিবলৈ আহ্বান জোৰামথাংগাৰ ৷ ‘ছ’চিয়েল মিডিয়াৰ উচিত ব্যৱহাৰ কৰক’ মিজোৰামবাসীলৈ এই আহ্বান মিজো মুখ্যমন্ত্ৰীগৰাকীৰ৷

ইপিনে অসম-মিজো সীমান্ত সংঘৰ্ষত মিজো চৰকাৰৰ এজাহাৰৰ পৰা হিমন্ত বিশ্বৰ নাম প্ৰত্যাহাৰৰ সম্ভাৱনা৷ বিষয়টো পৰীক্ষাৰ বাবে মিজোৰামৰ মুখ্য সচিবক নিৰ্দেশ৷ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নাম থকাক লৈ অজ্ঞ জ’ৰামথাংগা৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.8 ° C
24.8 °
24.8 °
96 %
0.9kmh
89 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular