Google search engine
30 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকবিহু পালনৰ নিৰ্দেশনা : কোনে মানিব, কোনে নামানে?

বিহু পালনৰ নিৰ্দেশনা : কোনে মানিব, কোনে নামানে?

গুৱাহাটী : ৰাজ্য চৰকাৰে ক’ভিড পৰিস্থিতিলৈ লক্ষ্য কৰি বিহুৰ সময়ত কিছু নিৰ্দেশনা প্ৰকাশ কৰিছিল৷ এই ক’ভিড নিৰ্দেশনাক লৈ এতিয়া শিল্পী সমাজত বিভাজনৰ সৃষ্টি হোৱা দেখা গৈছে৷ চৰকাৰী এই সিদ্ধান্তৰ বিৰোধিতা কৰে একাংশ শিল্পী তথা বিহু কমিটীয়ে৷

আৰু পঢ়িব পাৰিব : গণহত্যা! কোচবিহাৰৰ হিংসাক লৈ মমতাৰ বিস্ফোৰক অভিযোগ

আজি লতাশিল খেলপথাৰত এই নিৰ্দেশনাৰ বিৰোধিতা কৰি গুৱাহাটীৰ ৩০খনকৈ বিহু কমিটীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ কোনোপধ্যেই চৰকাৰী নিৰ্দেশনা নামানে বিহু কমিটীয়ে৷ যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰ দায়ৱদ্ধ হ’ব বুলি মত প্ৰকাশ কৰি চৰকাৰক শীঘ্রেই SOP সলনিৰ দাবী জনায়৷ ‘চৰকাৰে গ্ৰেপ্তাৰ কৰিলেও আমি বিহু পালন কৰিম, কিন্তু আমি এনেধৰণৰ নিৰ্দেশনা মানিব নোৱাৰো’ বুলিও স্পষ্ট কৰে বিহু কমিটীয়ে৷

আৰু পঢ়িব পাৰিব : বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ : পবিতৰাৰ পৰা অনা হ’ব দুটাকৈ গঁড়


আনহাতে, বিহুৰ অনুষ্ঠানসমূহ চৰকাৰে নিশা ১১ বজাত সামৰাৰ বাবে দিয়া নিৰ্দেশক সমৰ্থন কৰে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্তসহ একাংশ শিল্পীয়ে৷ চৰকাৰৰ নিৰ্দেশনাক সমৰ্থন বিহু কৃষ্টি পৰিষদ অসমৰো৷ বিহু কৃষ্টি পৰিষদত জড়িত আছে অভিনেত্ৰী মাধুৰিমা চৌধুৰী, অভিনেত্ৰী মিণু বণিয়া, ডঃ দ্বীপেন দাসসহ ভালেসংখ্যক শিল্পী৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
31.4 °
30 °
79 %
2.1kmh
75 %
Tue
29 °
Wed
30 °
Thu
33 °
Fri
26 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular