মিজোৰামৰ ৭ যুৱকৰ গুণ্ডাগিৰি|

Guwahati/ 13th December’2017 (Prag News Desk): মহানগৰীৰ অনিল নগৰৰ লামকা গেষ্টহাউছত উত্তপ্ত পৰিস্থিতি| মিজোৰামৰ ৭ যুৱকৰ গুণ্ডাগিৰি| অসমীয়া যুৱকক মাৰধৰ মিজো যুৱকৰ| ৭ জনীয়া দল এটাই আক্ৰমণ কৰাৰ অভিযোগ| আইজলৰ পৰা আহিছিল দলটো| ঘটনাস্থলীত উপস্থিত আৰক্ষী| আৰক্ষীয়ে আটক কৰে উদণ্ড মিজো যুৱককেইজনক|

Read more

নগাঁৱৰ চাপানলাত মৃতদেহ উদ্ধাৰ|

Guwahati/ 13th December’2017 (Prag News Desk): নগাঁৱৰ চাপানলাত মৃতদেহ উদ্ধাৰ| জীয়াজুৰি বাগানৰ পথাৰৰ দাঁতিত উদ্ধাৰ বাইকসহ মৃতদেহ| মৃতদেহৰ শৰীৰত আঘাতৰ চিন স্পষ্ট| মৃতদেহটো জীয়াজুৰিৰ কলঘৰৰ কৰ্মচাৰী অতুল বৰা বুলি চিনাক্ত|

Read more

 কাৰিকৰী শিক্ষা সঞ্চালক অতুল বৰাক অব্যাহতি|

Guwahati/ 13th December’2017 (Prag News Desk): কাৰিকৰী শিক্ষা সঞ্চালক অতুল বৰাক অব্যাহতি| বৰাৰ বিৰুদ্ধে আছিল বহু দুৰ্নীতিৰ অভিযোগ| অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বতো আছিল বৰা| কৃষ্ণা গোঁহাইক কাৰিকৰী শিক্ষা সঞ্চালকৰ দায়িত্ব| উচ্চ শিক্ষা (কাৰিকৰী)ৰ সচিব কৃষ্ণা|

Read more

কোকৰাঝাৰত নিৰ্যাতন চলাই মহিলাক  হত্যা|

Guwahati/ 13th December’2017 (Prag News Desk): কোকৰাঝাৰত নিৰ্যাতন চলাই মহিলাক  হত্যা| অভিযুক্ত দুই মহিলাসহ গ্ৰেপ্তাৰ ৩| ধৃত ইনছাৰ আলী শ্বেখ, জাবেদা বিবি, চাবিদা বেগম| হত্যা কৰি বিস্ফোৰক স্বীকাৰোক্তি ইনছাৰ আলীৰ| ৭৪৮/১৭ গোচৰৰ ভিত্তিত ১২০/বি/৩৬৬/৩০২/৩৪ ধাৰাত অধীনত গ্ৰেপ্তাৰ| ১১ ডিচেম্বৰত হত্যা কৰিছিল মাগুৰমাৰীৰ সাৰস লাক্ৰাক| আৰক্ষীৰ জেৰাত পোহৰলৈ আহে সমগ্ৰ তথ্য|  

Read more

বড়িবজাৰ আৰক্ষীৰ সহযোগত ২৮০টা কফ্ ছীৰাপ জব্দ|

Guwahati/ 13th December’2017 (Prag News Desk): বড়িবজাৰ আৰক্ষীৰ সহযোগত ২৮০টা কফ্ ছীৰাপ জব্দ| শিলপুখুৰীৰ বাবুল আলীৰ বাসগৃহত জব্দ কফ্ ছীৰাপখিনি| দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগ্ছৰ অবৈধ ব্যৱসায়| বাবুল আলীক বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত|  

Read more

ৰাজমাই চাহ বাগিচাৰ নলাত উদ্ধাৰ মৃতদেহটো|

Guwahati/ 13th December’2017 (Prag News Desk): মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি শিৱসাগৰ ডিমৌত চাঞ্চল্য| ৰাজমাই চাহ বাগিচাৰ নলাত উদ্ধাৰ মৃতদেহটো| মৃতদেহৰ কাষত উদ্ধাৰ দুটাকৈ ইন’ভা গাড়ীৰ ছিট কভাৰ| নীলা শ্বাৰ্ট, বগা লংপেণ্ট পৰিহিত আছিল যুৱকজন| মৃতদেহৰ গাত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট| গাড়ী চুৰি চক্ৰই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ| মৃতদেহটো গাড়ীচালক বুলি চিনাক্ত| বোকাখাতৰ পৰা শিৱসাগৰলৈ গৈ আছিল

Read more

ৰাষ্ট্রীয় পৰ্যায়ত সন্মানিত অসমৰ মহিলা ব্যৱসায়ী|

13th December’2017 (Prag News Desk): ৰাষ্ট্রীয় পৰ্যায়ত সন্মানিত অসমৰ মহিলা ব্যৱসায়ী| ৰাষ্ট্রীয় সমতা সন্মান সন্মিলনত সন্মানিত ৰঞ্জিত পেগু| বাবু জগজীৱন ৰাম ৰাষ্ট্রীয় সন্মিলনৰ বিশেষ উদ্যোগ| ভাৰত চৰকাৰৰ সহযোগত প্ৰদান এই সন্মান| নতুন দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত বিশেষ অনুষ্ঠান| লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰে প্ৰদান কৰিলে সন্মান|

Read more

কাজিৰঙাত মাছৰ অবৈধ বেহা|

Guwahati/ 13th December’2017 (Prag News Desk) কাজিৰঙাত মাছৰ অবৈধ বেহা| ষষ্ঠ সংযোজনৰ অধীনত চলিছে এই বেহা| বন বিভাগৰ লোকক মেনেজ কৰি মাছৰ ৰমৰমীয়া বেহা| নিৰ্লিপ্ত ভূমিকা বন বিভাগৰ কৰ্মচাৰীৰ| গুৰুতৰ অভিযোগ স্থানীয় ৰাইজৰ|

Read more

ভেৰগাঁৱৰ ডিমাকুছিত ভয়ংকৰ অগ্নিকাণ্ড|

Guwahati/ 13th December’2017 (Prag News Desk): ভেৰগাঁৱৰ ডিমাকুছিত ভয়ংকৰ অগ্নিকাণ্ড| অগ্নিকাণ্ডত ৪ খনকৈ দোকান ভস্মীভূত| ক্ষতিসাধন প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী| দুৰ্বৃত্তি জ্বলাই দিয়াৰ সন্দেহ| ঘটনাক কেন্দ্ৰ কৰি ডিমাকুছিত চাঞ্চল্য|

Read more

ভৰলু শংকৰদেৱ উদ্যানৰ পৰা নিৰুদ্দেশ ছাত্ৰী|

Guwahati/13th December (Prag News DEsk): ভৰলু শংকৰদেৱ উদ্যানৰ পৰা নিৰুদ্দেশ ছাত্ৰী| পাণবজাৰ শংকৰদেৱ একাডেমীৰ একাদশ শ্ৰেণীৰ ছাত্ৰী ৰিচা সিং| মঙলবাৰে পাৰ্কলৈ আহিছিল ছাত্ৰীগৰাকী| ছাত্ৰীগৰাকীৰ ঘৰ আঠগাঁৱৰ আলুবস্তিত| উদ্যানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বেগ আৰু চেণ্ডেল| এইপৰ্যন্ত পৰিয়ালৰ লোকে দাখিল কৰা নাই এজাহাৰ|  

Read more
1 2 3 126