২০১৪ চনৰ ২৩ ডিচেম্বৰৰ NDFB-এ হত্যা কৰিছিল ৩০ জন লোকক|

Guwahati/ 24th December’2017 (Prag News Desk): বিশ্বনাথৰ সোণাজুলি-ফুলবাৰী কাণ্ডই অতিক্ৰম কৰিলে ৩ বছৰ| ২০১৪ চনৰ ২৩ ডিচেম্বৰৰ NDFB-এ হত্যা কৰিছিল ৩০ জন লোকক| শনিবাৰে অঞ্চলবাসীয়ে অনুষ্ঠিত কৰিলে স্মৃতি সভা| সোণাজুলি কাণ্ডৰ পিছত অঞ্চলটোলৈ সোঁত বৈছিল ৰাজনীতিকৰ| অঞ্চলটোৰ উন্নয়নৰ বাবে দিছিল বিভিন্ন প্ৰতিশ্ৰুতি| বৰ্তমানেও কিন্তু অঞ্চলবাসীয়ে ভুগি আছে নানান সমস্যাত|  

Read more

উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ব্যস্ত কৰ্মচাৰী|

Guwahati/ 24th December’2017 (Prag News Desk): NRCৰ খচৰা তালিকা প্ৰকাশ হ’বলৈ মাজত মাথোঁ ছটা দিন| চৰকাৰী কাৰ্যালয়ত দিনে-নিশাই কাম চলিছে NRCৰ খচৰাৰ| ঢেকীয়াজুলি ৰাজহ চক্ৰ, উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ব্যস্ত কৰ্মচাৰী| নিশা ১০ বজালৈ কৰ্তব্যত ব্ৰত কৰ্মচাৰী| ইতিমধ্যে NRCৰ কাম সমাপ্ত হোৱা বুলি জনাইছে ৰাজহ চক্ৰ বিষয়া সব্যসাচী কাশ্যপে| NRCৰ কামত নিয়োজিত কৰ্মচাৰীয়ে পাৰিশ্ৰমিক নোপোৱাৰ অভিযোগ তুলে|

Read more

বাক্সাৰ মানাহ ৰাষ্ট্রীয় উদ্যানত ভয়ংকৰ ঘটনা|

Guwahati/ 24th December’2017 (Prag News Desk): বাক্সাৰ মানাহ ৰাষ্ট্রীয় উদ্যানত ভয়ংকৰ ঘটনা| বন গাহৰিয়ে ভক্ষণ কৰিলে মানুহৰ মাংস| প্ৰকাণ্ড বন গাহৰিৰ আক্ৰমণত নিহত গংগা বড়ো| কথমপি প্ৰাণৰক্ষা পৰে সংগীনা বড়োৰ| আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে| বন বিভাগৰ লোক উপস্থিত হৈ বন গাহৰিটো মানাহলৈ খেদি পঠিয়াই|  

Read more

স্কাইমেট ৱেডাৰৰ তথ্যত অসমলৈ অশনি সংকেত|

Guwahati/ 24th December’2017 (Prag News Desk): স্কাইমেট ৱেডাৰৰ তথ্যত অসমলৈ অশনি সংকেত| তিব্বতত আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ সোঁত| ব্ৰহ্মপুত্ৰৰ গ্ৰেট বেণ্ডৰ চাংপোত খহিছে পাহাৰ| অত্যাধিক তুষাৰপাতে সৃষ্টি কৰে হীমস্খলনৰ| হীমস্খলনৰ ফলতে খহিছে বৰফৰ পাহাৰ| বৰফল পাহাৰ খহি বন্ধ হৈছে ব্ৰহ্মপুত্ৰৰ সোঁত| অস্বাভাৱিক হাৰত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলধাৰা| যাৰ বাবে ঘোলা হৈছে ব্ৰহ্মপুত্ৰৰ পানী| যিকোনো মুহূৰ্তত ভেটা ভঙাৰ দাবী স্কাইমেটৰ| ভেটা ভাঙিলে

Read more

স্থানীয় যুৱকৰ সহযোগত আৰক্ষীয়ে সংগ্ৰহ কৰিছে ধন|

Guwahati/ 24th December’2017 (Prag News Desk): পৱিতৰাত স্থানীয় যুৱকৰ দাদাগিৰি| বনভোজকাৰী দলৰ পৰা অবৈধ ধনসংগ্ৰহ| স্থানীয় যুৱকৰ সহযোগত আৰক্ষীয়ে সংগ্ৰহ কৰিছে ধন| ধন সংগ্ৰহৰ বাবে টেবুল পাৰি বহিল আৰক্ষীয়েও|    

Read more

Anang Tadar wins the Dr. APJ Abdul Kalam IGNITE award 2017

Guwahati/ 24th December’2017 (Prag News Desk): Anang Tadar from Arunachal Pradesh is conferred with the Dr. APJ Abdul Kalam IGNITE award 2017. This is a recognition of his invention, “Google for Blind”. The G4B is a gadget is build to enable visually impaired people to locate objects near them, with the help of “echolocation”- the same high frequency system that

Read more

দুই ফৈয়দৰ সংঘাতত নিহত ১, আহত ১|

Fuwahati/ 24th December’2017 (Prag News Desk): দক্ষিণ শালমাৰাৰ বৰকাজিৰ গাঁৱত ভূমি কেন্দ্ৰিক সংঘাত| দুই ফৈয়দৰ সংঘাতত নিহত ১, আহত ১| নিহত লোকজন খাইৰুল জামাল| আহত লোকজন আছুৰ জালাল| অঞ্চলজুৰি চেপা উত্তেজনা|    

Read more

বোকাখাতত কাজিৰঙা বঁটা ২০১৭ প্ৰদান|

Guwahati/ 24th December’2017 (Prag News Desk): বোকাখাতত কাজিৰঙা বঁটা ২০১৭ প্ৰদান| সামাজিক, শৈক্ষিক, সাংস্কৃতিক, ক্ৰীড়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাসকললৈ এই বঁটা| গোলাঘাট জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা তুলসী চুতীয়ালৈ| নবীন সাংস্কৃতিক বঁটা লাভ কৰে বিদ্যুত্ কুমাৰ নাথে| নবীন সাহিত্য বঁটা মৌচম গগৈলৈ আগবঢ়োৱা হয়| শ্ৰেষ্ঠ ফুটবলাৰৰ বঁটা বিশাল ৰবিদাস| শ্ৰেষ্ঠ শৈক্ষিক বঁটা শিল্পী গগৈ আৰু নম্ৰতা নাথলৈ| কাজিৰঙা নিউজ নেটৱৰ্কে প্ৰতিবছৰে

Read more

বাঘবৰ উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি|

Guwahati/ 24th December’2017 (Prag News Desk):বাঘবৰ উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি| এম জি এনৰেগা আঁচনি ৰূপায়ণত লুণ্ঠনৰাজ| গাঁওপঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ| কালভাৰ্ট নিৰ্মাণৰ নামত অহা ধন আত্মসাত্| কেৱল নামফলক লগায়েই দায়িত্ব সামৰিছে সভানেত্ৰী হুনুফা আকতাৰে| জৰাজীৰ্ণ বাট-পথৰ বাবে দুৰ্ভোগ ভুগিছে গাঁওবাসীয়ে|

Read more

GMCH কৰ্তৃপক্ষৰ চৰম হেমাহি|

Guwahati/ 24th December’2017 (Prag News Desk): GMCH কৰ্তৃপক্ষৰ চৰম হেমাহি| ২৪ ঘণ্টাৰ পাছতো সম্পন্ন নহ’ল মৰণোত্তৰ পৰীক্ষা| শনিবাৰে মৃত্যু হৈছিল ৰঙাপাৰাৰ ধৰ্ষিতা কিশোৰীগৰাকীৰ| আৰক্ষীয়েও গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালৰ|

Read more
1 2 3 4 136