অত্যাধুনিক প্ৰযুক্তিৰে পৰিস্কাৰ কৰা হ’ব ব্ৰহ্মপুত্ৰৰ দূষিত পানী|

Guwahati/ 11th December’2017 (Prag News Desk): ব্ৰহ্মপুত্ৰৰ দূষিত পানী পৰিস্কাৰ কৰিবলৈ আগ্ৰহী নেডাৰলেণ্ড| অত্যাধুনিক প্ৰযুক্তিৰে পৰিস্কাৰ কৰা হ’ব দূষিত পানী| অসমৰ চৰকাৰে  বিচাৰিলে ৫ জনীয়া  বিশেষজ্ঞৰ দল পঠাব নেডাৰলেণ্ডে| গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত নেডাৰলেণ্ডৰ প্ৰতিনিধিৰ ঘোষণা|

Read more

হিন্দু ধৰ্মীয় কুম্ভমেলালৈ ইউনেস্ক’ৰ আন্তঃৰাষ্ট্রীয় স্বীকৃতি|

Guwahati/ 8th December’2017 (Prag News Desk): হিন্দু ধৰ্মীয় কুম্ভমেলালৈ ইউনেস্ক’ৰ আন্তঃৰাষ্ট্রীয় স্বীকৃতি| ‘মানৱীয় প্ৰমূল্যবোধৰ অমূৰ্ত সাংস্কৃতিক পীঠস্থান কুম্ভমেলা’| ইউনেস্ক’ৰ ছ’চিয়েল মিডিয়াৰ এক পেজত কুম্ভমেলাক প্ৰশংসা| কুম্ভমেলালৈ পশ্চিমীয়া, আফ্ৰিকীয় দেশৰ ভক্তৰ আগমনকো প্ৰশংসা ইউনেস্ক’ৰ|  

Read more

আচলতে বানজিৰ আছিল এটা বাটৰ কুকুৰ

Guwahati/ 28th November’2017: বানজিৰৰ আকস্মিক মৃত্যুত নাৰেংগীৰ হাউছিং কলনীৰ ৰাইজৰ শোক।মৰমৰ বানজিৰৰ আত্মাৰ সদগতিৰ অৰ্থে ৰাইজে আয়োজন কৰিলে নাম-প্ৰসংগ। আচলতে বানজিৰ আছিল এটা বাটৰ কুকুৰ।বাটৰ পৰা আনি বানজিৰক নাৰেংগীৰ হাউছিং কলনীৰ ৰাইজে ঘৰত পুহিছিল বৰ মৰম কৰি।সকলোৰে কথা শুনিছিল মৰমৰ কুকুৰটোৱে।আকস্মিক ভাবে কুকুৰ টো মৃত্যু হোৱাত অঞ্চলটোৰ ৰাইজ শোকত ভাগি পৰে।কুকুৰটোৰ আত্মাৰ সদগতিৰ অৰ্থে ৰাইজে নাৰেংগীৰ হাউছিং কলনীৰ শিৱ মন্দিৰত আয়োজন

Read more

নতুন দিল্লীত ” দ্যা লাষ্ট বেটেল অৱ শৰাইঘাট” নামৰ গ্ৰন্থ মুকলি|

Guwahati/24th November’2017 (Prag News Desk): নতুন দিল্লীত ” দ্যা লাষ্ট বেটেল অৱ শৰাইঘাট” নামৰ গ্ৰন্থ মুকলি| নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰিত উন্মোচন গ্ৰন্থখন| উত্তৰ পূৱত বিজেপি উত্থানৰ সন্দৰ্ভত লিখা হৈছে গ্ৰন্থখন| গ্ৰন্থখনৰ লেখক ৰজত চেঠি আৰু শুভ্ৰষ্ঠা| উন্মোচনী অনুষ্ঠানত অংশগ্ৰহন কৰে ৰাম মাধৱ, মনিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিং, হিমন্ত বিশ্ব শৰ্মাই|

Read more

বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্য…

Guwahati/22nd November’2017: বিশিষ্ট অভিনেতা বিজু ফুকনৰ মৃত্যুয়ে অসমীয়া চলচিত্ৰ জগতত এক বিৰাট শূন্যতা আনিলে। তেখেতৰ মৃত্যুত সদৌ মৰাণ ছাত্ৰ সন্হাৰ সভাপতি অৰুণজ্যোতি মৰাণে গভীৰ শোক প্ৰকাশ কৰিছে। অসমীয়া ছৱি জগতৰ দুৰ্দান্ত অভিনেতা বিজু ফুকনদেৱে অসমীয়া সংস্কৃতিৰ পথাৰখন শূণ্য কৰি আমাৰ মাজৰ পৰা চিৰ বিদায় লোৱাত অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন “হিতকল্প”ই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলো

Read more

NE Cultural Centreৰ সঞ্চালকৰূপে জিতুল সোণোৱালৰ যোগদান।

Guwahati/ 22nd November’2017 (Prag News): North East  Zone Cultural Centreৰ সঞ্চালকৰূপে জিতুল সোণোৱালৰ যোগদান। কেন্দ্ৰীয় চৰকাৰৰ এই পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া জিতুল সোণোৱাল। উত্তৰ–পূবৰ আঠোখন ৰাজ্যৰ লোক–সংস্কৃতিৰ হৈ কাম কৰিব সোণোৱালে।

Read more

Director Shyam Benegal asked the government to prevent threats to filmmakers.

  Guwahati/ 20th November’2017 (Prag News Desk): The Veteran director Shyam Benegal, asked the government to act against those threatening and intimidating Padmavati’s director and actors when being made publicly on national TV. He added that the makers of Padmavati were deferring the film’s release. Benegal criticized  and put question that when chief ministers and members of government adopt such an approach,

Read more

মাজুলীত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা|

Guwahati/ 17th November’2017 (Prag News Desk): মাজুলীত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা| পৰ্যটনৰ বিকাশৰ বাবে ৭৫ কোটি টকাৰ পেকেজ ঘোষণা| মাজুলীৰ ৰাজপথত চাইকেল চলালে জয়ন্তমল্লই| পৰ্যটকক আকৰ্ষণ কৰাৰ প্ৰয়াসেৰে চাইকেল চলালে অধ্যক্ষগৰাকীয়ে|

Read more

পদ্মাৱতী ছবিখনৰ বাবে অস্বস্তিত পৰিছে অভিনেত্ৰী দীপিকা পাদুকন…

Guwahati/17th November’2017 (Prag News Desk): মুক্তিৰ অপেক্ষাত থকা সঞ্জয়লীলা ভাঞ্চালীৰ পদ্মাৱতী ছবিখনৰ বাবে অস্বস্তিত পৰিছে অভিনেত্ৰী দীপিকা পাদুকন। ইতিমধ্যেই ইতিহাসৰ সত্যৰ অপলাপ হোৱা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে বিগ বাজেটৰ ছবিখনৰ বিৰুদ্ধে। ইয়াৰ মাজতে ছবিখনৰ নায়িকা দীপিকা পাডুকনক সুৰ্পনশাৰ দৰে নাক কাটি দিয়াৰ ভাবুকি দিলে কৰ্মী সেনা নামৰ এটা সংগঠনৰ কৰ্মীয়ে। সংগঠনটোৰ নেতাই ক্ষত্ৰিয় তেজ পাহৰি যোৱা নাই বুলি উল্লেখ কৰি

Read more

1,700-year-old sleeping Buddha image is discovered in Pakistan.

Guwahati/ 16th November’2017 (Prag News Desk): An initiative measure taken to encourage tourism and project religious harmony in a region roiled and annoyed by Islamist militancy in Pakistan. On wednesday, the remains  of a sleeping Buddha image, almost 1,700-year-old was discovered. The first ancient Buddhist site in Bhamala province was discovered in 1929.Eighty-eight years on, excavations restarted and the 14-metre-(48-foot)-high Kanjur stone

Read more
1 2 3 4 10