বিভিন্ন পক্ষৰ সমালোচনাৰ পিছত গা লৰিল বনবিভাগৰ|

Guwahati/ 14th December’2017 (Prag News Desk): বিভিন্ন পক্ষৰ সমালোচনাৰ পিছত গা লৰিল বনবিভাগৰ| চামগুৰিত বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ তত্পৰতা| বুঢ়াচাপৰিৰ পৰা আনিলে দুটাকৈ বিভাগীয় হাতী| শিঙিয়া ভকতগাঁৱত হাতী খেদা অভিযান| ৩ ঘণ্টা জোৰা চেষ্টাৰ অন্তত খেদিলে বন্যহস্তী|  

Read more

মাজুলীত বৰলুইতৰ বুকুত আবদ্ধ ফেৰী|

Guwahati/ 14th December’2017 (Prag News Desk): মাজুলীত বৰলুইতৰ বুকুত আবদ্ধ ফেৰী| ঘন কুঁৱলীৰ বাবে নদীৰ মাজত আবদ্ধ ফেৰীখন| মাজুলীৰ আফলাৰ পৰা নিমাতীঘাট অভিমুখী আছিল ফেৰীখন| ফেৰীখনত আছে ১৪৩ যাত্ৰীসহ বহু যানবাহন|  

Read more

লংকাৰ দক্ষিণ জোৰাপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ|

Guwahati/ 14th December’2017 (Prag News Desk): লংকাৰ দক্ষিণ জোৰাপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ| ৭০টাতকৈ অধিক বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস| খেতিপথাৰ নষ্ট কৰাৰ লগতে লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ| হাতীৰ সন্ত্ৰাসত শংকিত গাঁওবাসী|

Read more

বৰলুইতৰ ঘোলাপানীক লৈ শংকা অব্যাহত|

Guwahati/ 14th December’2017 (Prag News Desk): বৰলুইতৰ ঘোলাপানীক লৈ শংকা অব্যাহত| ঢকুৱাখনাৰ টেকেলীফুটা, মদাৰজুৰিত হাহাকাৰ অৱস্থা| খোৱাপানী বিচাৰি ৰাইজৰ হাবাথুৰি| ব্ৰহ্মপুত্ৰৰ পানী খাই মৃত্যু বহু পশুধনৰ| মাছমৰীয়া ৰাইজৰো উপাৰ্জনৰ বাট বন্ধ হোৱাৰ উপক্ৰম| বৰলুইতৰ পানী পৰিষ্কাৰ কৰাৰ দাবী ৰাইজৰ|

Read more

Fashion designer Manish Arora turns Mansion into a Piece of Art…

Guwahati/14th December’2017 (Prag News Desk): Jindal Mansion based in Mumbai has been taken over by famous Delhi based fashion designer Manish Arora titled, All We Need Is Love. In a world filled with bitterness, hatred and chaos, positive messaging and imagery are quiet indispensable. The installation’s main aim is to evoke sentiments like love and warmth and encourage people to stop by

Read more

এতিয়া বনভোজৰ বতৰ|

Guwahati/ 13th December’2017 (Prag News Desk): এতিয়া বনভোজৰ বতৰ| পিকনিক স্পটত বনভোজ প্ৰেমীৰ আনন্দ-উল্লাস| পবিতৰাৰ নান্দনিক দৃশ্য চাই আপ্লুত বনভোজ প্ৰেমী| পবিতৰাৰ পৰা বিতোপন বৰা LIVE|  

Read more

“Ram Setu” is man made! US Channel big reveal…

Guwahati/12th December’2017(Prag News Desk): The famous Hindu mythological Adam’s Bridge or ‘Ram Setu’ between India and Sri Lanka  has come to the spotlight after a US science channel show had revealed that a man-made megalithic structure like Ram-Setu actually existed! The ‘setu’ or the bridge is a chain of limestone shoals, between Pamban Island, also known as Rameswaram Island, off the

Read more

নদীদ্বীপ মাজুলীত সমূহীয়া মত্স্য চিকাৰ|

Guwahati/ 13th December’2017 (Prag News Desk): নদীদ্বীপ মাজুলীত সমূহীয়া মত্স্য চিকাৰ| হিম চেঁচা পুৱাতেই বৰহোলা পথাৰৰ পুখুৰীত নামিছে পুৰুষ-মহিলা| সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে খন্দাইছিল পুখুৰীটো| মত্স্য চিকাৰ কৰি আনন্দত মতলীয়া গঞা|  

Read more

ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী নামৰ এটা বিয়াগোম বিভাগ|

Guwahati/ 13th December’2017 (Prag News Desk): ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী নামৰ এটা বিয়াগোম বিভাগ| বাক্সাৰ আংগাৰাধোৱা গাঁৱত নাই কোনো পানীযোগান আঁচনি| ভূত বাংলোত পৰিণত হৈছে আঁচনিখন| চৰকাৰৰ নীৰৱ ভূমিকাৰ অভিযোগ গাঁওবাসীৰ|

Read more

হাতীৰ আক্ৰমণত এজন নিহত|

Guwahati/ 12th December’2017 (Prag News Desk): কাৰ্বি পাহাৰৰ খেৰনিত হাতীৰ আক্ৰমণত এজন নিহত| ১ নং বেলবাৰী গাঁৱত প্ৰাণ গ’ল এজন লোকৰ| নিহত লোকজনৰ নাম বিজেন্দ্ৰ বিশ্বাস|| ৰুদ্ৰমূৰ্তি ধৰা হাতীয়ে ভাঙিলে কেইবাটাও বাসগৃহ|

Read more
1 2 3 9