মাজুলীত উপস্থিত কেন্দ্ৰীয়মন্ত্ৰী নীতিন গাডকাৰী|

Guwahati/ 29th December’2017 (Prag News Desk): মাজুলীত উপস্থিত কেন্দ্ৰীয়মন্ত্ৰী নীতিন গাডকাৰী| ৰাৱনাপাৰত ২৩৭ কোটিৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ আঁচনিৰ আধাৰশিলা স্থাপন| গাডকাৰীক সংগ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে| বৃহত্ সভাতো অংশ লৈছে কেন্দ্ৰীয় পথ পৰিৱহণ মন্ত্ৰীজনে|  

Read more

হাতীৰ পিঠিত কাজিৰঙা ভ্ৰমণ ৰাজ্যপাল জগদীশ মুখীৰ|

Guwahati/ 27th December’2017 (Prag News Desk): হাতীৰ পিঠিত কাজিৰঙা ভ্ৰমণ ৰাজ্যপাল জগদীশ মুখীৰ| বিভাগীয় হাতী ফুলন দেৱীৰ পিঠিত জগদীশ মুখী| কঁহৰা বনাঞ্চল পৰিদৰ্শন কৰি আপ্লুত ৰাজ্যপালগৰাকী| দুৰ্নীতিমুক্ত চৰকাৰৰ বাবে দিল্লী, দিছপুৰক প্ৰশংসা| নতুন বছৰৰ শুভেচ্ছাও জনালে জগদীশ মুখীয়ে|  

Read more

গহপুৰত দুৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ|

Guwahati/ 27th Guwahati’2017 (Prag News Desk): গহপুৰত দুৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ| ধৃত চোৰাং চিকাৰীটো চাহাব মেধি| চোৰাং চিকাৰীটোৰ পৰা জব্দ এটা থ্ৰী নট থ্ৰী ৰাইফল, সজীব গুলী| শুকুৰবাৰে কাজিৰঙাত গঁড় চিকাৰৰ পৰিকল্পনা কৰিছিল চোৰাং চিকাৰীটোৱে|

Read more

 দক্ষিণ শালমৰাৰ ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী|

Guwahati/ 27th December’2017 (Prag News Desk): দক্ষিণ শালমৰাৰ ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী ফেৰী| ফেৰীত থকা ৪ শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ| ফকিৰগঞ্জৰ পৰা ধুবুৰী অভিমুখে গৈছিল ফেৰীখন| ব্ৰহ্মপুত্ৰৰ পানী কম হোৱাৰ বাবে আবদ্ধ হৈ পৰে ফেৰীখন|  

Read more

বান বিধ্বস্ত কৃষকৰ বাবে নতুন সপোনৰ সোপান তৰমুজ|

Guwahati/ 27th December’2017 (Prag News Desk): ইষ্ট দেৱতাৰ স্মৰণেৰে তৰমুজ খেতিৰ আৰম্ভ| সোৱণশিৰিৰ বালিত ন সপোন দেখিছে বিহপুৰীয়াৰ কৃষকে| সোৱণশিৰিৰ শুষ্ক বালি সেউজ কৰাৰ লক্ষ্য ধুনাগুৰিৰ কৃষকক| বান বিধ্বস্ত কৃষকৰ বাবে নতুন সপোনৰ সোপান তৰমুজ|  

Read more

Sri Lanka emerged to convert garbage dumps into urban parks next year.

Guwahati/ 26th December’2017 (Prag News Desk): On Tuesday, Sri Lanka has declared to convert two large garbage dumps into urban parks next year as part of a city beautification programme. With the concern for the the Meethotamulla or Bloemendhal garbage mountains, the Megapolis and Western Development Minister Champika Ranawaka said that new plans were set afoot to construct a large

Read more

Artificial lakes in China causing threats to Arunachal Pradesh and Assam…

Guwahati/ 26th December’2017 (Prag News Desk): Three lakes were formed after an earthquake in the Tibet region causing life threats to million people residing along the banks of Siang and Brahmaputra. The landslide-induced lakes, the sizes of which and the volume of water in them are yet to be ascertained, were formed after a 6.4 magnitude quake took place on November

Read more

বঢ়মপুৰৰ কন্দুলীত বন্যহস্তীৰ সন্ত্ৰাস

Guwahati/ 26th December’2017 (Prag News Desk): বঢ়মপুৰৰ কন্দুলীত বন্যহস্তীৰ সন্ত্ৰাস| খাদ্যৰ সন্ধানত কন্দলি পাহাৰৰ পৰা নামি আহিছে হাতীৰ জাক| ৫টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে হাতীৰ জাকে| কোনোমতে প্ৰাণ ৰক্ষা কেইবাটাও পৰিয়ালৰ| বন্যহস্তী খেদি পঠিওৱাত ব্যৰ্থ বন বিভাগ| নিজাকৈ হাতী খেদা ব্যৱস্থা ৰাইজৰ|    

Read more

বিশ্বনাথত অব্যাহত বনৰীয়া হাতীৰ সন্ত্ৰাস |

Guwahati/ 26th December’2017 (Prag News Desk): বিশ্বনাথত অব্যাহত বনৰীয়া হাতীৰ সন্ত্ৰাস | বালিপুখুৰী নতুন গাঁৱত সন্ত্ৰাস চলালে হাতীৰ জাকে| প্ৰায় ৫০টা হাতীৰ জাকে চলালে সন্ত্ৰাস| হাতীয়ে ধ্বংস কৰিলে ১৫টাতকৈ অধিক বাসগৃহ|

Read more

Abnormal water levels of Brahmaputra causes new worries…

Guwahati/ 24th December’2017 (Prag News Desk): As informed by the Water Resources Department (WRD), the water levels at Brahmaputra and other rivers in Assam are receding at an abnormal manner. The WRD has been measuring the water level of Brahmaputra with ADCP equipment which measured that the water level during December was found around 2,200 cubic meters per cumecs (second)

Read more
1 2 3 4 5 15