বিভিন্ন পক্ষৰ সমালোচনাৰ পিছত গা লৰিল বনবিভাগৰ|

Guwahati/ 14th December’2017 (Prag News Desk): বিভিন্ন পক্ষৰ সমালোচনাৰ পিছত গা লৰিল বনবিভাগৰ| চামগুৰিত বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ তত্পৰতা| বুঢ়াচাপৰিৰ পৰা আনিলে দুটাকৈ বিভাগীয় হাতী| শিঙিয়া ভকতগাঁৱত হাতী খেদা অভিযান| ৩ ঘণ্টা জোৰা চেষ্টাৰ অন্তত খেদিলে বন্যহস্তী|  

Read more

ওদালগুৰিত বৰদিনৰ প্ৰস্তুতি|

Guwahati/ 14th December’2017 (Prag News Desk): ওদালগুৰিত বৰদিনৰ প্ৰস্তুতি| সজাই তোলা হৈছে গিৰ্জাঘৰ| হৰিশিঙা বৰলাগুৰিত আখৰা চলিছে কেৰলৰ| কেৰলৰ আখৰাত অংশগ্ৰহণ বিভিন্ন বয়সৰ লোকৰ|  

Read more

বাগিচাৰ মালিকৰ নৃশংসতাই কঁপাইছে গোলাঘাট|

Guwahati/ 14th December’2017 (Prag News Desk): বাগিচাৰ মালিকৰ নৃশংসতাই কঁপাইছে গোলাঘাট| শ্ৰমিকৰ তেজেৰে ৰাঙলী বগীধলা চাহ বাগিচা| আজি আটছাৰ দ্বাৰা গোলাঘাট জিলা বন্ধৰ আহ্বান| মালিকৰ গুলীত গুলীবিদ্ধ হ’ল ১৩ জন শ্ৰমিক| বোনাচ বিচাৰি যোৱা শ্ৰমিকৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ| নুমলীগড়কে ধৰি গোলাঘাটৰ বিভিন্ন স্থানত প্ৰতিবাদ| টায়াৰ জ্বলাই ৩৯নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ|  

Read more

নগৰবেৰাৰ ভখুৰাদিয়া গাঁৱৰ এটা পৰিয়ালৰ কান্দোনৰ ৰোল|

Guwahati/ 14th December’2017 (Prag News Desk): নগৰবেৰাৰ ভখুৰাদিয়া গাঁৱৰ এটা পৰিয়ালৰ কান্দোনৰ ৰোল| পৰিয়ালটোৰ দুজনকৈ সদস্যক বিদেশী ঘোষণা বিদেশী ন্যায়াধিকৰণৰ| আকবৰ আলী আৰু আবু বাক্কাৰ ছিদ্দিকিক বিদেশী ঘোষণা আদালতৰ| এটা পৰিয়ালৰ কেৱল দুজন সদস্যহে কেনেকৈ বিদেশী হ’ল তাক লৈ চৰ্চা|  

Read more

শীতৰ আগমনৰ লগে লগে আগমণ শ শ পৰিভ্ৰমী পক্ষীৰ|

Guwahati/ 14th December’2017 (Prag News Desk): শীতৰ আগমনৰ লগে লগে আগমণ শ শ পৰিভ্ৰমী পক্ষীৰ| মুছলপুৰৰ ককলাবাৰী, বৰমা, দলবাৰীত বিনন্দীয়া দৃশ্য| পক্ষীক সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা নাই বনবিভাগে|

Read more

পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি অগপৰ ব্যাপক তত্পৰতা|

Guwahati/ 14th December’2017 (Prag News Desk): পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি অগপৰ ব্যাপক তত্পৰতা| হাজোত চুবুৰীয়ে চুবুৰীয়ে সভা অগপৰ| উখুৰা আৰু মানাহকুছিত অগপৰ প্ৰচাৰ সভা| কংগ্ৰেছ, বিজেপিক সমালোচনা অগপৰ স্থানীয় নেতৃত্বৰ|

Read more

বগীঢলা চাহ বাগিচাৰ মালিকৰ নৃশংসতাৰ প্ৰতিবাদ|

Guwahati/ 14th December’2017 (Prag News Desk): বগীঢলা চাহ বাগিচাৰ মালিকৰ নৃশংসতাৰ প্ৰতিবাদ| ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধ আটছাৰ| গোলাঘাটৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ| উত্তৰ-পূব চাহ সংস্থাৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ| সংস্থাই শ্ৰমিকৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ|

Read more

বৰলুইতৰ ঘোলাপানীক লৈ শংকা অব্যাহত|

Guwahati/ 14th December’2017 (Prag News Desk): বৰলুইতৰ ঘোলাপানীক লৈ শংকা অব্যাহত| ঢকুৱাখনাৰ টেকেলীফুটা, মদাৰজুৰিত হাহাকাৰ অৱস্থা| খোৱাপানী বিচাৰি ৰাইজৰ হাবাথুৰি| ব্ৰহ্মপুত্ৰৰ পানী খাই মৃত্যু বহু পশুধনৰ| মাছমৰীয়া ৰাইজৰো উপাৰ্জনৰ বাট বন্ধ হোৱাৰ উপক্ৰম| বৰলুইতৰ পানী পৰিষ্কাৰ কৰাৰ দাবী ৰাইজৰ|

Read more

বগীধলা বাগিচা কাণ্ডক লৈ উত্তপ্ত গোলাঘাট জিলা|

Guwahati/ 14th December’2017 (Prag News Desk): বগীধলা বাগিচা কাণ্ডক লৈ উত্তপ্ত গোলাঘাট জিলা| আটছাৰ বন্ধত জিলাখনত সৰ্বাত্মক প্ৰভাৱ| জিলাখনৰ বিভিন্ন ঠাইত আটছাৰ তীব্ৰ প্ৰতিবাদ| বাগিচাৰ মালিকৰ নৃশংসতাৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ| দেৰগাঁৱত ৰাজপথলৈ ওলাই আহিল শ শ শ্ৰমিক|  

Read more

Fashion designer Manish Arora turns Mansion into a Piece of Art…

Guwahati/14th December’2017 (Prag News Desk): Jindal Mansion based in Mumbai has been taken over by famous Delhi based fashion designer Manish Arora titled, All We Need Is Love. In a world filled with bitterness, hatred and chaos, positive messaging and imagery are quiet indispensable. The installation’s main aim is to evoke sentiments like love and warmth and encourage people to stop by

Read more
1 2 3 5