বিভিন্ন পক্ষৰ সমালোচনাৰ পিছত গা লৰিল বনবিভাগৰ|

Guwahati/ 14th December’2017 (Prag News Desk): বিভিন্ন পক্ষৰ সমালোচনাৰ পিছত গা লৰিল বনবিভাগৰ| চামগুৰিত বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ তত্পৰতা| বুঢ়াচাপৰিৰ পৰা আনিলে দুটাকৈ বিভাগীয় হাতী| শিঙিয়া ভকতগাঁৱত হাতী খেদা অভিযান| ৩ ঘণ্টা জোৰা চেষ্টাৰ অন্তত খেদিলে বন্যহস্তী|  

Read more

বদৰুদ্দিন আজমলক জাতীয় নায়ক সজোৱাৰ চেষ্টা|

Guwahati/ 14th December’2017 (Prag News Desk): বদৰুদ্দিন আজমলক জাতীয় নায়ক সজোৱাৰ চেষ্টা| AIUDFক তীব্ৰ সমালোচনা কংগ্ৰেছ-বিজেপিৰ| ৰূপহীহাটত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ| আজমলক খলনায়ক আখ্যা বিধায়ক নুৰুল হুদাৰ| বিভিন্ন দল-সংগঠনেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া|  

Read more

বাগিচাৰ মালিকৰ নৃশংসতাই কঁপাইছে গোলাঘাট|

Guwahati/ 14th December’2017 (Prag News Desk): বাগিচাৰ মালিকৰ নৃশংসতাই কঁপাইছে গোলাঘাট| শ্ৰমিকৰ তেজেৰে ৰাঙলী বগীধলা চাহ বাগিচা| আজি আটছাৰ দ্বাৰা গোলাঘাট জিলা বন্ধৰ আহ্বান| মালিকৰ গুলীত গুলীবিদ্ধ হ’ল ১৩ জন শ্ৰমিক| বোনাচ বিচাৰি যোৱা শ্ৰমিকৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ| নুমলীগড়কে ধৰি গোলাঘাটৰ বিভিন্ন স্থানত প্ৰতিবাদ| টায়াৰ জ্বলাই ৩৯নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ|  

Read more

গুজৰাটত আজি দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন|

Guwahati/ 14th December’2017 (Prag News Desk): গুজৰাটত আজি দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন| আজি ৯৩ টা সমষ্টিত চলিছে ভোটগ্ৰহণ| আজি নৰেন্দ্ৰ মোদী, অমিত শ্বাহে, অৰুণ জেটলীও দিব ভোট| মোদীৰ আগমণক কেন্দ্ৰ কৰি আহমেদাবাদত ব্যাপক ব্যস্ততা| ছাবৰমতী সমষ্টিত ভোটদান কৰিব মোদীয়ে| নিছান হাইস্কুলৰ ভোটকেন্দ্ৰত ভোটদান কৰিব প্ৰধানমন্ত্ৰীয়ে| ভোট দিব মোদীৰ মাতৃকে ধৰি পৰিয়ালৰ আন সদস্যই| এই বিশেষ ভোটকেন্দ্ৰটোত উপস্থিত ‘প্ৰাগ নিউজ’ৰ

Read more

নাৰায়ণপুৰত ৫৪ সংখ্যক আন্তঃজিলা ভলীবল প্ৰতিযোগিতা|

Guwahati/ 14th December’2017 (Prag News Desk): নাৰায়ণপুৰত ৫৪ সংখ্যক আন্তঃজিলা ভলীবল প্ৰতিযোগিতা| ১৭, ১৮, ১৯ ডিচেম্বৰত ভলীবল প্ৰতিযোগিতা| ৩৩ খন জিলা ৩৩টা পুৰুষ দলে ভাগ ল’ব প্ৰতিযোগিতাত| অংশগ্ৰহণ কৰিব ১৫টাকৈ মহিলা ভলীবল দলে| নাৰায়ণপুৰত প্ৰতিযোগিতাৰ প্ৰস্তুতি অব্যাহত| ১৯ লাখ টকা বাজেটৰ প্ৰতিযোগিতাখনৰ বাবে আৰ্থিক সংকটত আয়োজক| ক্ৰীড়া নৱ কুমাৰ দলেৰ পৰা পোৱা নাই কোনো সঁহাৰি|  

Read more

মাজুলীত বৰলুইতৰ বুকুত আবদ্ধ ফেৰী|

Guwahati/ 14th December’2017 (Prag News Desk): মাজুলীত বৰলুইতৰ বুকুত আবদ্ধ ফেৰী| ঘন কুঁৱলীৰ বাবে নদীৰ মাজত আবদ্ধ ফেৰীখন| মাজুলীৰ আফলাৰ পৰা নিমাতীঘাট অভিমুখী আছিল ফেৰীখন| ফেৰীখনত আছে ১৪৩ যাত্ৰীসহ বহু যানবাহন|  

Read more

পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি অগপৰ ব্যাপক তত্পৰতা|

Guwahati/ 14th December’2017 (Prag News Desk): পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি অগপৰ ব্যাপক তত্পৰতা| হাজোত চুবুৰীয়ে চুবুৰীয়ে সভা অগপৰ| উখুৰা আৰু মানাহকুছিত অগপৰ প্ৰচাৰ সভা| কংগ্ৰেছ, বিজেপিক সমালোচনা অগপৰ স্থানীয় নেতৃত্বৰ|

Read more

গুজৰাটত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন|

Guwahati/ 14th December’2017 (Prag News Desk): গুজৰাটত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন| আজি ৯৩ টা সমষ্টিত চলিছে ভোটগ্ৰহণ| আজি উত্তৰ আৰু মধ্য গুজৰাটত চলিছে ভোটগ্ৰহণ| নৰেন্দ্ৰ মোদী, অমিত শ্বাহে, অৰুণ জেটলীও দিব ভোট| আজি নিৰ্বাচন অনুষ্ঠিত ৫২ টা সমষ্টি আছে বিজেপি দখলত| অহা ১৮ ডিচেম্বৰত হ’ব ভোটগণনা|  

Read more

বগীঢলা চাহ বাগিচাৰ মালিকৰ নৃশংসতাৰ প্ৰতিবাদ|

Guwahati/ 14th December’2017 (Prag News Desk): বগীঢলা চাহ বাগিচাৰ মালিকৰ নৃশংসতাৰ প্ৰতিবাদ| ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধ আটছাৰ| গোলাঘাটৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ| উত্তৰ-পূব চাহ সংস্থাৰ কাৰ্যালয়ৰ সন্মুখতো প্ৰতিবাদ| সংস্থাই শ্ৰমিকৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ|

Read more

গেছ ক্ৰেকাৰ প্ৰকল্প বন্ধৰ নিৰ্দেশ সেউজ ন্যায়াধিকৰণৰ|

Guwahati/ 14th December’2017 (Prag News Desk): গেছ ক্ৰেকাৰ প্ৰকল্প বন্ধৰ নিৰ্দেশ সেউজ ন্যায়াধিকৰণৰ| চৰম সংকটত BCPL কৰ্তৃপক্ষ| গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ BCPL কৰ্তৃপক্ষ| গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে সাময়িক সকাহ| সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত স্থগিতাদেশ ন্যায়ালয়ৰ|  

Read more
1 2 3 15