মূৰত আঘাত লৈ মৃত্যুৰে যুঁজিছে টীয়কৰ এজন আৰক্ষী জোৱানে|

Guwahati/ 14th December’2017 (Prag News Desk): মূৰত আঘাত লৈ মৃত্যুৰে যুঁজিছে টীয়কৰ এজন আৰক্ষী জোৱানে| ২০০৮ চনত বোমা বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈছিল ৰাজীৱ টায়ে| বাক্সাৰ তামুলপুৰত সংঘটিত হৈছিল বোমা বিস্ফোৰণৰ ঘটনা| শ্ৰীৰাম মিছিং গাঁৱৰ যুৱকজনৰ চিকিত্সাত গুৰুত্ব নিদিলে চৰকাৰে| আৰ্থিক দুৰৱস্থাৰ বাবে পৰিয়ালেও কৰিব নোৱাৰিলে প্ৰয়োজনীয় চিকিত্সা|  

Read more

বিভিন্ন পক্ষৰ সমালোচনাৰ পিছত গা লৰিল বনবিভাগৰ|

Guwahati/ 14th December’2017 (Prag News Desk): বিভিন্ন পক্ষৰ সমালোচনাৰ পিছত গা লৰিল বনবিভাগৰ| চামগুৰিত বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ তত্পৰতা| বুঢ়াচাপৰিৰ পৰা আনিলে দুটাকৈ বিভাগীয় হাতী| শিঙিয়া ভকতগাঁৱত হাতী খেদা অভিযান| ৩ ঘণ্টা জোৰা চেষ্টাৰ অন্তত খেদিলে বন্যহস্তী|  

Read more

বদৰুদ্দিন আজমলক জাতীয় নায়ক সজোৱাৰ চেষ্টা|

Guwahati/ 14th December’2017 (Prag News Desk): বদৰুদ্দিন আজমলক জাতীয় নায়ক সজোৱাৰ চেষ্টা| AIUDFক তীব্ৰ সমালোচনা কংগ্ৰেছ-বিজেপিৰ| ৰূপহীহাটত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ| আজমলক খলনায়ক আখ্যা বিধায়ক নুৰুল হুদাৰ| বিভিন্ন দল-সংগঠনেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া|  

Read more

ওদালগুৰিত বৰদিনৰ প্ৰস্তুতি|

Guwahati/ 14th December’2017 (Prag News Desk): ওদালগুৰিত বৰদিনৰ প্ৰস্তুতি| সজাই তোলা হৈছে গিৰ্জাঘৰ| হৰিশিঙা বৰলাগুৰিত আখৰা চলিছে কেৰলৰ| কেৰলৰ আখৰাত অংশগ্ৰহণ বিভিন্ন বয়সৰ লোকৰ|  

Read more

বাগিচাৰ মালিকৰ নৃশংসতাই কঁপাইছে গোলাঘাট|

Guwahati/ 14th December’2017 (Prag News Desk): বাগিচাৰ মালিকৰ নৃশংসতাই কঁপাইছে গোলাঘাট| শ্ৰমিকৰ তেজেৰে ৰাঙলী বগীধলা চাহ বাগিচা| আজি আটছাৰ দ্বাৰা গোলাঘাট জিলা বন্ধৰ আহ্বান| মালিকৰ গুলীত গুলীবিদ্ধ হ’ল ১৩ জন শ্ৰমিক| বোনাচ বিচাৰি যোৱা শ্ৰমিকৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ| নুমলীগড়কে ধৰি গোলাঘাটৰ বিভিন্ন স্থানত প্ৰতিবাদ| টায়াৰ জ্বলাই ৩৯নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ|  

Read more

গুজৰাটত আজি দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন|

Guwahati/ 14th December’2017 (Prag News Desk): গুজৰাটত আজি দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন| আজি ৯৩ টা সমষ্টিত চলিছে ভোটগ্ৰহণ| আজি নৰেন্দ্ৰ মোদী, অমিত শ্বাহে, অৰুণ জেটলীও দিব ভোট| মোদীৰ আগমণক কেন্দ্ৰ কৰি আহমেদাবাদত ব্যাপক ব্যস্ততা| ছাবৰমতী সমষ্টিত ভোটদান কৰিব মোদীয়ে| নিছান হাইস্কুলৰ ভোটকেন্দ্ৰত ভোটদান কৰিব প্ৰধানমন্ত্ৰীয়ে| ভোট দিব মোদীৰ মাতৃকে ধৰি পৰিয়ালৰ আন সদস্যই| এই বিশেষ ভোটকেন্দ্ৰটোত উপস্থিত ‘প্ৰাগ নিউজ’ৰ

Read more

নাৰায়ণপুৰত ৫৪ সংখ্যক আন্তঃজিলা ভলীবল প্ৰতিযোগিতা|

Guwahati/ 14th December’2017 (Prag News Desk): নাৰায়ণপুৰত ৫৪ সংখ্যক আন্তঃজিলা ভলীবল প্ৰতিযোগিতা| ১৭, ১৮, ১৯ ডিচেম্বৰত ভলীবল প্ৰতিযোগিতা| ৩৩ খন জিলা ৩৩টা পুৰুষ দলে ভাগ ল’ব প্ৰতিযোগিতাত| অংশগ্ৰহণ কৰিব ১৫টাকৈ মহিলা ভলীবল দলে| নাৰায়ণপুৰত প্ৰতিযোগিতাৰ প্ৰস্তুতি অব্যাহত| ১৯ লাখ টকা বাজেটৰ প্ৰতিযোগিতাখনৰ বাবে আৰ্থিক সংকটত আয়োজক| ক্ৰীড়া নৱ কুমাৰ দলেৰ পৰা পোৱা নাই কোনো সঁহাৰি|  

Read more

নাওকাটাৰ টেঙাঝাৰত প্ৰতিষেধক দিয়াৰ পিছতে মৃত্যু শিশুৰ|

Guwahati/ 14th December’2017 (Prag News Desk): নাওকাটাৰ টেঙাঝাৰত প্ৰতিষেধক দিয়াৰ পিছতে মৃত্যু শিশুৰ| ৫ মহীয়া শিশুটি ভাস্কৰ কলিতা নামৰ লোকজনৰ পুত্ৰ| বুধবাৰে প্ৰতিষেধক দিয়া হৈছিল ৫ মহীয়া অৰ্ণৱ কলিতাক|  

Read more

নগৰবেৰাৰ ভখুৰাদিয়া গাঁৱৰ এটা পৰিয়ালৰ কান্দোনৰ ৰোল|

Guwahati/ 14th December’2017 (Prag News Desk): নগৰবেৰাৰ ভখুৰাদিয়া গাঁৱৰ এটা পৰিয়ালৰ কান্দোনৰ ৰোল| পৰিয়ালটোৰ দুজনকৈ সদস্যক বিদেশী ঘোষণা বিদেশী ন্যায়াধিকৰণৰ| আকবৰ আলী আৰু আবু বাক্কাৰ ছিদ্দিকিক বিদেশী ঘোষণা আদালতৰ| এটা পৰিয়ালৰ কেৱল দুজন সদস্যহে কেনেকৈ বিদেশী হ’ল তাক লৈ চৰ্চা|  

Read more

শীতৰ আগমনৰ লগে লগে আগমণ শ শ পৰিভ্ৰমী পক্ষীৰ|

Guwahati/ 14th December’2017 (Prag News Desk): শীতৰ আগমনৰ লগে লগে আগমণ শ শ পৰিভ্ৰমী পক্ষীৰ| মুছলপুৰৰ ককলাবাৰী, বৰমা, দলবাৰীত বিনন্দীয়া দৃশ্য| পক্ষীক সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা নাই বনবিভাগে|

Read more
1 2 3 66