বাগিচাৰ মালিকৰ নৃশংসতাই কঁপাইছে গোলাঘাট|

Guwahati/ 14th December’2017 (Prag News Desk): বাগিচাৰ মালিকৰ নৃশংসতাই কঁপাইছে গোলাঘাট| শ্ৰমিকৰ তেজেৰে ৰাঙলী বগীধলা চাহ বাগিচা| আজি আটছাৰ দ্বাৰা গোলাঘাট জিলা বন্ধৰ আহ্বান| মালিকৰ গুলীত গুলীবিদ্ধ হ’ল ১৩ জন শ্ৰমিক| বোনাচ বিচাৰি যোৱা শ্ৰমিকৰ ওপৰত নিৰ্বিচাৰ গুলীবৰ্ষণ| নুমলীগড়কে ধৰি গোলাঘাটৰ বিভিন্ন স্থানত প্ৰতিবাদ| টায়াৰ জ্বলাই ৩৯নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ|  

Read more

গুজৰাটত আজি দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন|

Guwahati/ 14th December’2017 (Prag News Desk): গুজৰাটত আজি দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন| আজি ৯৩ টা সমষ্টিত চলিছে ভোটগ্ৰহণ| আজি নৰেন্দ্ৰ মোদী, অমিত শ্বাহে, অৰুণ জেটলীও দিব ভোট| মোদীৰ আগমণক কেন্দ্ৰ কৰি আহমেদাবাদত ব্যাপক ব্যস্ততা| ছাবৰমতী সমষ্টিত ভোটদান কৰিব মোদীয়ে| নিছান হাইস্কুলৰ ভোটকেন্দ্ৰত ভোটদান কৰিব প্ৰধানমন্ত্ৰীয়ে| ভোট দিব মোদীৰ মাতৃকে ধৰি পৰিয়ালৰ আন সদস্যই| এই বিশেষ ভোটকেন্দ্ৰটোত উপস্থিত ‘প্ৰাগ নিউজ’ৰ

Read more

নাৰায়ণপুৰত ৫৪ সংখ্যক আন্তঃজিলা ভলীবল প্ৰতিযোগিতা|

Guwahati/ 14th December’2017 (Prag News Desk): নাৰায়ণপুৰত ৫৪ সংখ্যক আন্তঃজিলা ভলীবল প্ৰতিযোগিতা| ১৭, ১৮, ১৯ ডিচেম্বৰত ভলীবল প্ৰতিযোগিতা| ৩৩ খন জিলা ৩৩টা পুৰুষ দলে ভাগ ল’ব প্ৰতিযোগিতাত| অংশগ্ৰহণ কৰিব ১৫টাকৈ মহিলা ভলীবল দলে| নাৰায়ণপুৰত প্ৰতিযোগিতাৰ প্ৰস্তুতি অব্যাহত| ১৯ লাখ টকা বাজেটৰ প্ৰতিযোগিতাখনৰ বাবে আৰ্থিক সংকটত আয়োজক| ক্ৰীড়া নৱ কুমাৰ দলেৰ পৰা পোৱা নাই কোনো সঁহাৰি|  

Read more

নাওকাটাৰ টেঙাঝাৰত প্ৰতিষেধক দিয়াৰ পিছতে মৃত্যু শিশুৰ|

Guwahati/ 14th December’2017 (Prag News Desk): নাওকাটাৰ টেঙাঝাৰত প্ৰতিষেধক দিয়াৰ পিছতে মৃত্যু শিশুৰ| ৫ মহীয়া শিশুটি ভাস্কৰ কলিতা নামৰ লোকজনৰ পুত্ৰ| বুধবাৰে প্ৰতিষেধক দিয়া হৈছিল ৫ মহীয়া অৰ্ণৱ কলিতাক|  

Read more

নগৰবেৰাৰ ভখুৰাদিয়া গাঁৱৰ এটা পৰিয়ালৰ কান্দোনৰ ৰোল|

Guwahati/ 14th December’2017 (Prag News Desk): নগৰবেৰাৰ ভখুৰাদিয়া গাঁৱৰ এটা পৰিয়ালৰ কান্দোনৰ ৰোল| পৰিয়ালটোৰ দুজনকৈ সদস্যক বিদেশী ঘোষণা বিদেশী ন্যায়াধিকৰণৰ| আকবৰ আলী আৰু আবু বাক্কাৰ ছিদ্দিকিক বিদেশী ঘোষণা আদালতৰ| এটা পৰিয়ালৰ কেৱল দুজন সদস্যহে কেনেকৈ বিদেশী হ’ল তাক লৈ চৰ্চা|  

Read more

শীতৰ আগমনৰ লগে লগে আগমণ শ শ পৰিভ্ৰমী পক্ষীৰ|

Guwahati/ 14th December’2017 (Prag News Desk): শীতৰ আগমনৰ লগে লগে আগমণ শ শ পৰিভ্ৰমী পক্ষীৰ| মুছলপুৰৰ ককলাবাৰী, বৰমা, দলবাৰীত বিনন্দীয়া দৃশ্য| পক্ষীক সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা নাই বনবিভাগে|

Read more

মাজুলীত বৰলুইতৰ বুকুত আবদ্ধ ফেৰী|

Guwahati/ 14th December’2017 (Prag News Desk): মাজুলীত বৰলুইতৰ বুকুত আবদ্ধ ফেৰী| ঘন কুঁৱলীৰ বাবে নদীৰ মাজত আবদ্ধ ফেৰীখন| মাজুলীৰ আফলাৰ পৰা নিমাতীঘাট অভিমুখী আছিল ফেৰীখন| ফেৰীখনত আছে ১৪৩ যাত্ৰীসহ বহু যানবাহন|  

Read more

লংকাৰ দক্ষিণ জোৰাপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ|

Guwahati/ 14th December’2017 (Prag News Desk): লংকাৰ দক্ষিণ জোৰাপুখুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ| ৭০টাতকৈ অধিক বনৰীয়া হাতীয়ে চলালে সন্ত্ৰাস| খেতিপথাৰ নষ্ট কৰাৰ লগতে লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ| হাতীৰ সন্ত্ৰাসত শংকিত গাঁওবাসী|

Read more

মাজুলীত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ লুণ্ঠনৰাজ|

Guwahati/ 14th December’2017 (Prag News Desk): মাজুলীত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ লুণ্ঠনৰাজ| পচা শিল, বালিৰে নিৰ্মান শৈল বান্ধ| সাংবাদিকক দেখি পলায়ন ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়াৰ| ৯ কোটি টকা ব্যয়েৰে আৰম্ভ হোৱা শৈল বান্ধৰ কাম অসম্পূৰ্ণ|  

Read more

পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি অগপৰ ব্যাপক তত্পৰতা|

Guwahati/ 14th December’2017 (Prag News Desk): পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি অগপৰ ব্যাপক তত্পৰতা| হাজোত চুবুৰীয়ে চুবুৰীয়ে সভা অগপৰ| উখুৰা আৰু মানাহকুছিত অগপৰ প্ৰচাৰ সভা| কংগ্ৰেছ, বিজেপিক সমালোচনা অগপৰ স্থানীয় নেতৃত্বৰ|

Read more
1 2 3 4 5 68