• অভিনেত্ৰীক অশালীন মন্তব্য কৰি বিপদত জুবিন গাৰ্গ

    মনোৰঞ্জন
    অভিনেত্ৰীক অশালীন মন্তব্য কৰি বিপদত জুবিন গাৰ্গ

    গুৱাহাটী : জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে মহিলা আয়োগে দাখিল কৰে এক অভিযোগ৷ অভিনেত্ৰী নিশিতা গোস্বামীক শনিবাৰে এটা সাংস্কৃতিক অনুষ্ঠানত ৰাজহুৱাকৈ অশালীন মন্তব্য কৰিছিল জুবিনে৷





    আৰু পঢ়িব পাৰিব : দিল্লীৰ হিংসা : দীপ সিদ্ধুৰ সন্ধান দিওঁতালৈ ১ লাখৰ পুৰস্কাৰ ঘোষণা





    জুবিনৰ এই মন্তব্যক লৈ মহানগৰ আৰক্ষীক অভিযোগ দাখিল কৰিছে ৰাজ্যিক মহিলা আয়োগে৷ লগতে জুবিনৰ বিৰুদ্ধে এই অভিযোগৰ তদন্ত কৰিব বুলি জানিবলৈ দিয়ে মহানগৰ আৰক্ষীয়ে৷ সাংস্কৃতিক মঞ্চত জুবিনৰ অভব্য আচৰণ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷





    আৰু পঢ়িব পাৰিব : অগপ নহয়, বিজেপিৰ দখললৈ যাব বকো : ৰঞ্জিত দাস





    বিভিন্নজনে জুবিনৰ এই আচৰণক লৈ কটু সমালোচনা কৰিছে৷ অৱশ্যে, এই কাণ্ডৰ পাছতে নিশিতা গোস্বামীয়েও ফেচবুকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷