• অস্কাৰৰ দৌৰত চামিল এখন তামিল ছবি...

    মনোৰঞ্জন
    অস্কাৰৰ দৌৰত চামিল এখন তামিল ছবি...

    এইবাৰ অস্কাৰৰ দৌৰত চামিল হৈছে এখন তামিল ছবি। দক্ষিণৰ ছুপাৰষ্টাৰ সূৰ্যই অভিনয় কৰা তামিল ছবিখন অস্কাৰ বঁটাৰ কেইবাটাও শাখাত অন্তৰ্ভুক্ত হোৱাৰ কথা প্ৰকাশ কৰিছে ছবিখনৰ সহ-প্ৰযোজক ৰাজেশকাৰ পাণ্ডিয়ানে।





    আৰু পঢ়িব পাৰিব : দিল্লীৰ হিংসাৰ আঁৰত কোন এই দীপ সিন্ধু?






    এই তামিল ছবিখনৰ নাম হৈছে ‘ছুৰাৰাই প’ট্টৰু’। ছবিখনৰ পৰিচালক হৈছে সুধা কোংগাৰা।





    আৰু পঢ়িব পাৰিব : ক’ভিড প্ৰতিষেধক লৈ কি আহ্বান কমলা হেৰিছৰ?





    অস্কাৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ পৰিচালক আৰু আন ভালেকেইটা শিতানৰ প্ৰতিযোগিতাত ছবিখন অন্তৰ্ভুক্ত হোৱা বুলি প্ৰকাশ পাইছে।