ডিজিটেল ডেস্কঃ মাত্ৰ তিনি মাহৰ বাবে পৰ্ণছৱিত অভিনয় কৰিছিল মিয়া খালিফাই। সেই কেইমাহমানতে অপ্ৰত্যাশিত খ্যাতি অৰ্জন কৰিছিল মিয়াই।
সাত বছৰ পূৰ্বে মিয়াই পৰ্ণ ছৱিৰ জগতক বিদায় জনাইছিল। কিন্তু এতিয়াও সামাজিক মাধ্যমত চৰ্চিত তাৰকাগৰাকী। মিয়াৰ বিষয়ে কৌতূহলৰ কোনো অন্ত নাই।
অতীতক এৰি মিয়াই এতিয়া ফেশ্বন জগতত যথেষ্ট খ্যাতি অৰ্জন কৰিছে। ইনষ্টাগ্ৰামত প্ৰায় তিনি কোটি অনুসৰণকাৰী আছে ময়াৰ। প্ৰায়ে সামাজিক মাধ্যমৰ পৃষ্ঠাত নিজৰ ফটো শ্বেয়াৰ কৰে তেওঁ। কেতিয়াবা তেওঁ আকৰ্ষণীয় কাপোৰ পিন্ধে, কেতিয়াবা কাপোৰ অবিহনে তেওঁ নিজকে প্ৰকাশ কৰে৷
ডাঠ ফ্ৰেমৰ চশমা পিন্ধা মিয়াই উষ্ণতা বিয়পাই দিছে ইনষ্টাগ্ৰামত। শেহতীয়াকৈ তেওঁ এখন ফটো শ্বেয়াৰ কৰিছে, য'ত তেওঁ ৰাতিৰ পোছাক পিন্ধি আছে। কোনো অন্তৰ্বাস পৰিধান কৰা নাই। পোছাকৰ সকলো বোৰ বুটাম খোলা আছে। ডিঙিত নেকলেস, কাণফুলি, হাতত ব্ৰেচলেট আৰু ভৰিত জোতা। মিয়া বিচনাত বহি এই ফটোশ্বুট কৰিছিল।
মিয়াই এই ছবিখন শ্বেয়াৰ কৰাৰ লগে লগে ছ'চিয়েল মিডিয়াত এক আলোড়নৰ সৃষ্টি হৈছে। এগৰাকী অনুৰাগীয়ে লিখিছে- "মিয়াৰ পোছাকত শীতকালতো জুই লাগিছে।" ''
Leave A Comment