comScore
  • শ্বাহৰুখ-ছলমানৰ ছৱি নহয়, পাকিস্তানৰ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল সঞ্জয় দত্তৰ বায়’পিকেহে! কিমান উপাৰ্জন কৰিছিল ছৱিখনে?

    মনোৰঞ্জন
    শ্বাহৰুখ-ছলমানৰ ছৱি নহয়, পাকিস্তানৰ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল সঞ্জয় দত্তৰ বায়’পিকেহে! কিমান উপাৰ্জন কৰিছিল ছৱিখনে?
    ডিজিটেল ডেস্কঃ বলীউডৰ বক্স অফিচত হিট ছবিৰ তালিকাত শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, অক্ষয় কুমাৰৰ দৰে বলীউডৰ অভিনেতা আছে যদিও এই তাৰকাসকলে পাকিস্তানী বক্স অফিচত হিট হ’ব নোৱাৰিলে। আন এগৰাকী তাৰকাৰ ছবিয়ে পাকিস্তানত কোটি কোটি টকা কৰি বক্স অফিচত শীৰ্ষ স্থান দখল কৰিছে।

    ২০১৮ চনত বলীউডৰ অভিনেতা সঞ্জয় দত্তৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছিল ‘সঞ্জু’ ছবি। এই ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছিল ৰাজকুমাৰ হিৰাণী। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল ৰণবীৰ কাপুৰে।

    ৰণবীৰৰ লগতে বিকি কৌশল, মনীষা কইৰালা, সোণম কাপুৰ, অনুষ্কা শৰ্মা, পৰেশ ৰাৱালৰ দৰে তাৰকাই ‘সঞ্জু’ ছবিখনত অভিনয় কৰিছিল। ৯৬ কোটি টকাৰ বাজেটত নিৰ্মিত ‘সঞ্জু’ ছবিখনে বক্স অফিচত আনুমানিক ৫৮৭ কোটি টকা উপাৰ্জন কৰে।

    পাকিস্তানৰ ছবিগৃহতো মুক্তি পালে ‘সঞ্জু’। পাকিস্তানত মুক্তি পোৱা সকলো বলীউডৰ ছবিৰ ভিতৰত সৰ্বাধিক ব্যৱসায় কৰি নজিৰ গঢ়ি তুলিছে ‘সঞ্জু’। মুক্তিৰ পিছত ৰণবীৰৰ এই ছবিখনে পাকিস্তানৰ বক্স অফিচত ৩ কোটি ৭৬ লাখ টকা উপাৰ্জন কৰে।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388