• ভাইৰেল হৈছে চুপাৰষ্টাৰ আমিৰ খানৰ হ’ব লগা জোঁৱায়েকৰ কেইবাখনো নগ্ন ফটো! তোলপাৰ লাগিছে সামাজিক মাধ্যমত

    মনোৰঞ্জন
    ভাইৰেল হৈছে চুপাৰষ্টাৰ আমিৰ খানৰ হ’ব লগা জোঁৱায়েকৰ কেইবাখনো নগ্ন ফটো! তোলপাৰ লাগিছে সামাজিক মাধ্যমত
    ডিজিটেল ডেস্কঃ আমিৰ খানৰ হ’ব লগা জোঁৱায়েক নুপুৰ শ্বিকাৰেৰ পুৰণি কিছু ফটো ভাইৰেল হৈ পৰিছে। ভাইৰেল হৈ পৰাৰ কাৰণ হৈছে ফটোসমূহত শ্বিকাৰেক নগ্নৰূপত দেখা গৈছে।

    উলল্লেখ্য যে শুক্ৰবাৰে আমিৰৰ কন্যা ইৰাৰ স’তে শ্বিকাৰেৰ বাগদান সম্পন্ন হৈ যায়। যোৱা ছেপ্টেম্বৰ মাহতে চিনেমাৰ ষ্টাইলত আঁঠু কাঢ়ি ইৰাক প্ৰেমৰ প্ৰস্তাৱ যাচিছিল শ্বিকাৰেই।

    শ্বিকাৰে সৰুৰে পৰা ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আছিল। তেওঁ ভাল টেনিছ খেলিছিল। তেওঁ এজন টেনিছ খেলুৱৈ হোৱাৰ সপোন দেখিছিল। অৱশ্যে, বৰ্তমান তেওঁ এজন ফিটনেছ প্ৰশিক্ষক।

    মুম্বাইত ফিটনেছ প্ৰশিক্ষক হিচাপে শ্বিকাৰেৰ সুনাম আছে। বিশেষকৈ বলিউডৰ তাৰকাসকলক ফিটনেছৰ যতন লৈ আহিছে তেওঁ। সুস্মিতা সেনৰ দৰে বহুতো তাৰকাক প্ৰশিক্ষণ দিছে শ্বিকাৰেই।

    শেহতীয়াকৈ ভাইৰেল হোৱা ছৱিসমূহ ২০১৯ চনত তোলা হৈছিল। অৰ্থাৎ ৰণবীৰ সিঙৰ বহু পূৰ্বেই কেমেৰাৰ সমুখত উলংগ হৈছিল নুপুৰ শ্বিকাৰে।