comScore
  • কেঞ্চাৰৰ পৰা আৰোগ্য হোৱাৰ পাছতে পুনৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত অভিনেত্ৰী চাভী মিট্টাল; সামাজিক মাধ্যমত আৱেগিক পোষ্ট

    মনোৰঞ্জন
    কেঞ্চাৰৰ পৰা  আৰোগ্য হোৱাৰ পাছতে পুনৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত অভিনেত্ৰী চাভী মিট্টাল; সামাজিক মাধ্যমত আৱেগিক পোষ্ট
    ডিজিটেল ডেস্কঃ স্তন কেন্সাৰৰ সৈতে সাহসেৰে যুঁজ দিয়াৰ পাছত টেলিভিছন জগতৰ অভিনেত্ৰী চাভী মিট্টালে প্ৰকাশ কৰে যে তেওঁৰ কষ্টোচণ্ড্ৰাইটিছ ধৰা পৰিছে। কেন্সাৰৰ যুঁজত বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰা অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ নতুন গুৰুতৰ অৱস্থাৰ বিষয়ে কয়।

    টেলিভিছন শ্ব’ত বহুমুখী চৰিত্ৰৰ বাবে পৰিচিত চাভী মিট্টালে শেহতীয়াকৈ এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে। যোৱা বছৰ স্তন কেন্সাৰৰ পৰা ওলাই অহা অভিনেত্ৰীগৰাকী পুনৰ কষ্টোচণ্ড্ৰাইটিছ ৰোগত আক্ৰান্ত হৈছে। 

    চাভীয়ে ইনষ্টাগ্ৰাম পোষ্টটোতোত লিখিছে “ইয়াৰ কোনো নিৰাময় নাই। ই বুকুৰ কাৰ্টিলেজৰ আঘাত যাৰ বাবে উশাহ-নিশাহ লোৱাত বিষ হয়। একাধিক কাৰণত এনেকুৱা হয় আৰু কেইবা সপ্তাহ ধৰি থাকে।যিকোনো ব্যক্তি এজনে মাথোঁ ৰৈ থাকিব পাৰে যেতিয়ালৈকে ই নিজাববীয়াকৈ সুস্থ নহয়। সম্ভাৱ্য কাৰণ হ’ব পাৰে মই লোৱা কেন্সাৰৰ চিকিৎসাৰ পৰা বিকিৰণ, অষ্টিঅ’পেনিয়াৰ বাবে লোৱা বেজীৰ পাৰ্শ্বক্ৰিয়া, বা কেইদিনমান আগতে মোৰ অবিৰত কাহৰ বাবে হ’ব পাৰে।”

    কষ্ট’কণ্ড্ৰাইটিছ হৈছে বুকুৰ হাড় (ষ্টাৰনাম)ৰ সৈতে সংযোগ কৰা কাৰ্টিলেজৰ প্ৰদাহ আৰু কোমলতা। এই অৱস্থাটো প্ৰায়ে বুকুৰ বিষ হিচাপে দেখা দিয়ে, যিটো মৃদুৰ পৰা গুৰুতৰলৈকে হ’ব পাৰে। কষ্ট’কণ্ড্ৰাইটিছ সাধাৰণতে ওপৰৰ কামিহাড়ৰ কাৰ্টিলেজত আক্ৰান্ত হয় যদিও আন অংশতো ই হ’ব পাৰে।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388