comScore
  • নিজৰ নৱজাত কন্যা কি হোৱাটো বিচাৰে আলিয়া ভাটে? সন্তান জন্মৰ এমাহৰ পাছত খোলাখুলিকৈ ক’লে সকলো

    মনোৰঞ্জন
    নিজৰ নৱজাত কন্যা কি হোৱাটো বিচাৰে আলিয়া ভাটে? সন্তান জন্মৰ এমাহৰ পাছত খোলাখুলিকৈ ক’লে সকলো
    ডিজিটেল ডেস্কঃ সন্তানক নিজৰ মতেই ডাঙৰ হোৱাটো বিচাৰে আলিয়া ভাটে। বলিউডৰ অভিনেত্ৰীগৰাকীয়ে নিবিচাৰে যে তেওঁৰ নৱজাত সন্তানৰ জীৱনযাত্ৰাত কোনোধৰণৰ বাহ্যিক প্ৰভাৱ পৰক

    এমাহ পূৰ্বে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছে আলিয়াই। এমাহৰ পাছতো জনচক্ষুৰ আঁৰত ৰখা হৈছে নৱজাত কন্যাসন্তানক। কি নাম ৰখা হ’ব সেই লৈও অনুৰাগীমহলৰ মাজত ব্যাপক চৰ্চা চলিছে।

    শেহতীয়াকৈ এটা সাক্ষাৎকাৰত নিজৰ সন্তানৰ বিষয়ে অনুভৱ ব্যক্ত কৰিছে আলিয়াই।  কয় যে সন্তানক সংবাদমাধ্যমৰ সমুখলৈ অনাৰ বিষয়টোক লৈ এতিয়ালৈকে দোমোজাত আছে তেওঁ। আলিয়াই নিবিচাৰে যে সন্তানৰ জীৱনত কোনোধৰণৰ অযাচিত অনুপ্ৰৱেশ ঘটক।

    ''মই এইটো জীৱন বাছি লৈছো মোৰ বাবে, কিন্তু ভৱিষ্যতে মোৰ পথত সন্তান নাযাবও পাৰে।’’- আলিয়াৰ দৰে তেওঁৰ সন্তানেও অভিনয়কে পেছা হিচাপে ল’ব নেকি সোধা প্ৰশ্নৰ উত্তৰত আলিয়াই কয়।

    ''মই মোৰ সন্তানক লৈ কোনো আগতীয়া পৰিকল্পনা কৰা নাই। এতিয়ালৈকে মই একো ভবা নাই। মোৰ সন্তান নিজৰ মতেই ডাঙৰ হওক।’’- আলিয়াই কয়।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388