comScore
  • সিদ্ধু মুছাৱালাৰ পাছত এইবাৰ টাৰ্গেটত অৰিজিত সিং! আণ্ডাৰৱৰ্ল্ডৰ গেঙৰ পৰা গায়কজনলৈ আহিছে ফোন

    মনোৰঞ্জন
    সিদ্ধু মুছাৱালাৰ পাছত এইবাৰ টাৰ্গেটত অৰিজিত সিং! আণ্ডাৰৱৰ্ল্ডৰ গেঙৰ পৰা গায়কজনলৈ আহিছে ফোন

     



    ডিজিটেল ডেস্কঃ বিশ্ব
    বিখ্যাত গায়ক অৰিজিত সিং। সমগ্ৰ পৃথিৱীতে তেওঁৰ নামক লৈ কৰে চৰ্চা। যোৱা দহ বছৰত গায়কজনে
    বলীউডক দিছে ইটোৰ-পাছত সিটো গান। এইবাৰ পাঞ্জাৱী গায়ক সিদ্ধুৰ মৃত্যুৰ পিছত
    color:#222222">, এটা তথ্য সন্মুখলৈ আহিছে যিয়ে বহুতক হতবাক কৰি
    তুলিছে। ২৯ মে
    ', আণ্ডাৰৱৰ্ল্ডৰ গেঙৰ
    সৈতে জড়িত দুৰ্বৃত্তই পাঞ্জাৱী গায়ক সিদ্ধু মুছাৱালাক হত্যা কৰিছিল। এতিয়া পোহৰলৈ
    আহিছে যে অৰিজিত সিঙেও আণ্ডাৰৱৰ্ল্ডৰ গেঙৰ পৰা এটা ভাবুকিৰ ফোন পাইছে।



     



    ২০১৫ চনত color:#222222">, মুম্বাইৰ এটা আণ্ডাৰৱৰ্ল্ডৰ গেঙৰ পৰা অৰিজিতৰ
    মেনেজাৰ টাৰ্চেনলৈ এটা ফোন কল আহিছিল। ফোন কৰা ডনজনৰ নাম ৰবি পূজাৰী। সেইসময়ত অৰিজিতৰ
    পৰা ৫ কোটি টকাৰ দাবী কৰা হৈছিল। অৰিজিতে তেতিয়া টকা দিব নোৱাৰাৰ বাবে কোনো পইচা
    নোহোৱাকৈ এটা অনুষ্ঠান কৰিব লগা হৈছিল বুলি খবৰ পোহৰলৈ আহিছে।



     



    অৰিজিত সিঙে কৈছিল color:#222222">, "তেওঁ খুব কম টকাত অনুষ্ঠানটো কৰিবলৈ কৈছিল। ভাবুকি
    দিয়া লোকজন আণ্ডাৰৱৰ্ল্ড ডন ৰবি পূজাৰীৰ সৈতে যোগাযোগত আছিল। যিটোৱে মোৰ মেনেজাৰৰ
    ওপৰত যথেষ্ট চাপ পেলাইছিল। মই ষ্টুডিঅ
    'ত থকাৰ বাবে ফোনটো লব
    পৰা নাছিলো  আৰু তেতিয়া পূজাৰীয়ে টাৰ্সেনৰ
    ওপৰত যথেষ্ট চাপ দি আছিল। সেইসময়ত আনকি অৰিজিতে ঘটনাটো লৈ আৰক্ষীৰো কাষ চাপিছিল।



     



    অৰিজিতে লগতে কয় color:#222222">, "মই পূজাৰীক আনকি চিনিও পোৱা নাছিলো। মাত্ৰ মোক
    কেইটামান অনুষ্ঠানত বিনামূলীয়াকৈ গান গাবলৈ কোৱা হৈছিল আৰু মোৰ মেনেজাৰে সেই দাবী
    মানি ল
    'বলৈ বাধ্য হৈছিল।



     



    ইফালে color:#222222">, কানাডিয়ান গেংষ্টাৰ গোল্ডি ব্ৰাৰে পাঞ্জাৱী গায়ক
    সিদ্ধু মুছাৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে। হত্যাকাণ্ডটোৰ অন্যতম অভিযুক্ত
    লৰেন্স বিষ্ণোই গোল্ডিৰ ঘনিষ্ঠ বুলিও জনা যায়।  লৰেন্স বিষ্ণোই এবাৰ আনকি চলমান খানক হত্যা
    কৰিবলৈ চেষ্টা কৰিছিল। 

    color:#222222">

    color:#222222">

    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388