comScore
  • আলিয়াৰ পাছত কন্যাসন্তানৰ মাতৃ হ’ল বিপাশাও! সন্তানৰ নাম কি ৰাখিলে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে?

    মনোৰঞ্জন
    আলিয়াৰ পাছত কন্যাসন্তানৰ মাতৃ হ’ল বিপাশাও! সন্তানৰ নাম কি ৰাখিলে বলিউডৰ অভিনেত্ৰীগৰাকীয়ে?

    ডিজিটেল
    ডেস্কঃ নৱজাতক কন্যাশিশুৰ নাম ৰাখিলে বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰে। আলিয়া ভাটৰ
    পাছত যোৱা শনিবাৰে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰে বলিউডৰ অভিনেত্ৰী বিপাশাই।



    জন্ম হোৱাৰ
    পাছদিনাই বিপাশাৰ কন্যাসন্তানৰ নাম জানিব পৰা গৈছে। নৱজাতকৰ সৰু গোলপীয়া ভৰি দুখনৰ
    ফটো দি ইনষ্টাগ্ৰামত বিপাশাই কন্যাশিশুৰ নাম ‘দেৱী বসু সিং গ্ৰোভাৰ’ বুলি জনাইছে।



    বসু সিং
    গ্ৰোভাৰটো কন্যাসন্তানগৰাকীৰ উপাধি হোৱাৰ বিপৰীতে দেৱী হৈছে স্বকীয় নাম।



    উল্লেখ্য
    যে কেইবাবছৰো প্ৰেম কৰাৰ পাছত ২০১৬ চনৰ ৩০ এপ্ৰিলত বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰে
    বিবাহপাশত আৱদ্ধ হৈছিল। চলিত বৰ্ষৰ আগষ্টত অন্তঃসত্বা হোৱাৰ খবৰ দিছিল বিপাশা-কৰণে।



    color:black;mso-bidi-language:BN">বিপাশাৰ পূৰ্বে যোৱা ৬ নৱেম্বৰতো কন্যা সন্তান
    জন্ম দিয়ে আলিয়া ভাটে। এতিয়ালৈকে আলিয়াৰ কন্যাসন্তানৰ নাম জানিব পৰা হোৱা নাই।



     

    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388