comScore
  • মানালীৰ পাহাৰত কংগনাৰ প্ৰাসাদ, ভিতৰচ’ৰাৰ ছবি শ্বেয়াৰ কৰিলে কণ্ট্ৰভাৰ্ছী কুইনে

    মনোৰঞ্জন
    মানালীৰ পাহাৰত কংগনাৰ প্ৰাসাদ, ভিতৰচ’ৰাৰ ছবি শ্বেয়াৰ কৰিলে কণ্ট্ৰভাৰ্ছী কুইনে

    ডিজিটেল ডেস্কঃ কৰ্মসূত্ৰে
    মুম্বাইত থকাৰ পিছতো কংগনা ৰানাৱট মানালীত থাকে বুলি তেওঁ বাৰে বাৰে কৈ আহিছে।



     



    শেহতীয়াকৈ, মানালীৰ পাহাৰত নিজৰ বাবে এটা ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছে
    নায়িকাই
    ,
    প্ৰাসাদৰ ভিতৰচৰাৰ ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে
    নায়িকা গৰাকীয়ে।



     



    হিমাচলৰ এটা ঘৰৰ পৰম্পৰাগত ভিতৰৰ
    অংশৰ দৰেই ঘৰৰ ভিতৰৰ অংশ সম্পূৰ্ণ কাঠৰে নিৰ্মিত।



     



    মজিয়াত ডিজাইনিং কাৰ্পেট, চিলিঙত ওলমি থকা পোহৰৰ চেণ্ডেলিয়াৰ, ড্ৰয়িং ৰুমৰ আচবাব আদিও চকুতলগা।



     



    ড্ৰয়িং ৰুমত আছে এখন
    বিলিয়াৰ্ডছ বৰ্ড ।



     



    তিনিটা শোৱনী কোঠাৰ ফটো শ্বেয়াৰ
    কৰিছে কংগনাই। এটা কোঠাৰ থিম কালাৰ হ
    ল বেবী পিংক।



     



    আনটো শোৱনী কোঠাৰ ৰং পাতল
    সেউজীয়া আৰু বগা ৰঙৰ সংমিশ্ৰণ। বিচনাৰ কাষতে এখন ডাঙৰ আইনা।



     



    আন এটা শোৱনী কোঠাৰ ৰঙো কাঠৰ ৰঙৰ
    দৰেই। কংগনাৰ প্ৰাসাদৰ এনে শোভাৱৰ্দ্ধনে স্বাভাৱিকতে সানি দিছেহি এক নান্দনিক
    স্পৰ্শ।