• বয়ফ্ৰেণ্ড আছেনে কৃতি ছাননৰ? অনুৰাগীৰ উত্তৰত কি ক’লে মোহময়ী অভিনেত্ৰীগৰাকীয়ে?

    মনোৰঞ্জন
    বয়ফ্ৰেণ্ড আছেনে কৃতি ছাননৰ? অনুৰাগীৰ উত্তৰত কি ক’লে মোহময়ী অভিনেত্ৰীগৰাকীয়ে?

    ডিজিটেল ডেস্কঃ সৌন্দৰ্য আৰু প্ৰতিভাৰে অনুৰাগীৰ নয়নৰ মণি
    হৈ পৰা কৃতি ছাননৰ বয়ফ্ৰেণ্ড আছেনে? হিৰ
    mso-bidi-font-family:"Nirmala UI"">’
    পণ্টি, বচ্ছন পাণ্ডেৰ দৰে
    জনপ্ৰিয় ছৱিত অভিনয় কৰা কৃতি নিঃসংগ নেকি?



     



    শেহতীয়াকৈ এগৰাকী অনুৰাগীক অভিনেত্ৰীগৰাকীয়ে এই সম্পৰ্ত
    এটা বুদ্ধিদীপ্ত উত্তৰ দিছে৷ বুধবাৰে কৃতিৰ মুক্তি লাভ কৰিব লগা ছৱি ‘ভেড়িয়া
    mso-hansi-font-family:"Nirmala UI";mso-bidi-font-family:"Nirmala UI"">’
    এক প্ৰচাৰ অনুষ্ঠানত অনুৰাগীয়ে প্ৰশ্নটো সোধে৷



     



    কৃতিক সোধা হয় যে আপোনাৰ বয়ফ্ৰেণ্ড নাই নেকি? তাৰ উত্তৰত
    প্ৰথমে কৃতিয়ে বিশেষ একো প্ৰতিক্ৰিয়া দিয়া নাছিল৷ কেৱল হাঁহি থাকিল৷



     



    অলপ সময় পাছত কৃতিয়ে অনুৰাগীক উলোটাকৈ প্ৰশ্ন সুধিলে-
    ‘‘বয়ফ্ৰেণ্ড নাই তাতে কি হ
    mso-bidi-font-family:"Nirmala UI"">’ল?’’



     



    ইয়াৰ দ্বাৰা কৃতিয়ে নিজকে নিঃসংগ বুলি স্বীকাৰ কৰি ল mso-hansi-font-family:"Nirmala UI";mso-bidi-font-family:"Nirmala UI"">’লে৷
    বুজাই দিলে যে তেওঁ এতিয়াই প্ৰেম-সম্পৰ্ক ইত্যাদিত মাথা মাৰিব নিবিচাৰে৷ বৰঞ্চ বলিউডত
    ব্যস্ত হৈ থাকিব বিচাৰে৷



     



    উল্লেখ্য যে কৃতিয়ে অভিনয় কৰা ‘ভেড়িয়া mso-hansi-font-family:"Nirmala UI";mso-bidi-font-family:"Nirmala UI"">’,
    গণপথ, আদিপুৰুষৰ দৰে কেইবাখনো বিগ বাজেটৰ চিনেমাই মুক্তিৰ ক্ষণ গণিছে৷