• কংগ্ৰেছত যোগ দিব নেকি অভিনেত্ৰী ৰিয়া সেনে? ভাৰত জোড়ো যাত্ৰাত অংশ লোৱা পাছতে চলিছে চৰ্চা

    মনোৰঞ্জন
    কংগ্ৰেছত যোগ দিব নেকি অভিনেত্ৰী ৰিয়া সেনে? ভাৰত জোড়ো যাত্ৰাত অংশ লোৱা পাছতে চলিছে চৰ্চা

    ডিজিটেল ডেস্কঃ কংগ্ৰেছত যোগ দিব নেকি ৰিয়া সেনে? বলিউডৰ
    অভিনেত্ৰী তথা মুনমুন সেনৰ কন্যা ৰিয়া সেনক লৈ এইদৰে চৰ্চা চলা দেখা গৈছে৷



     



    শেহতীয়াকৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাত ৰিয়া সেনক দেখা
    ল৷
    বৃহস্পতিবাৰে গান্ধীৰ স
    mso-bidi-font-family:"Nirmala UI"">’তে ৰিয়াই যাত্ৰাত অংশ লয়৷
    পিন্ধনত আছিল চকুত চানগ্লাছ, ভৰিত বগা স্নিকাৰ্ছ, 
    বাদামী আৰু ৰঙা ৰঙৰ টপ আৰু জিনছৰ ট্ৰাউজাৰ্ছ৷



     



    ৰাহুল গান্ধীৰ স mso-bidi-font-family:"Nirmala UI"">’তে কেইবাবাৰো বাৰ্তালাপতো
    মিলিত হোৱা দেখা গ
    mso-bidi-font-family:"Nirmala UI"">’ল ৰিয়াক৷ কেৱল ৰিয়া সেনেই
    নহয়, ৰাহুল গান্ধীৰ স
    mso-bidi-font-family:"Nirmala UI"">’তে যোগ দিয়া দেখা গৈছিল বলিউডৰ
    অভিনেত্ৰী পূজা ভাটো৷



     



    উল্লেখ্য যে ৰিয়াৰ মাতৃ মুনমুন সেনে তৃণমূল কংগ্ৰেছৰ হৈ
    ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজয়ী হৈছিল৷ কিন্তু ২০১৯ চনৰ নিৰ্বাচনত তেওঁ পৰাজীত হয়৷



     



    এতিয়া ৰিয়াই ভাৰত জোড়ো যাত্ৰাত অংশ লোৱাৰ পাছতে চৰ্চা চলিছে
    যে মাতৃৰ পদাংক অনুসৰণ কৰি তেওঁৱো ৰাজনীতিত অংশ ল
    "Nirmala UI";mso-bidi-font-family:"Nirmala UI"">’ব নেকি?



     



    অভিনেত্ৰীগৰাকীয়ে এই সম্পৰ্কত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া
    ব্যক্ত কৰা নাই৷