comScore
  • তনুজাই খুলিলে মুখ! ধৰ্মেন্দ্ৰৰ বিষয়ে ক’লে : "মই তেওঁক চৰ মাৰি কৈছিলো, নিলাজ! মই তোমাৰ পত্নীক চিনি পাওঁ"

    মনোৰঞ্জন
    তনুজাই খুলিলে মুখ! ধৰ্মেন্দ্ৰৰ বিষয়ে ক’লে : "মই তেওঁক চৰ মাৰি কৈছিলো, নিলাজ! মই তোমাৰ পত্নীক চিনি পাওঁ"
    ডিজিটেল ডেস্কঃ ধৰ্মেন্দ্ৰ আৰু তনুজাই বলীউডৰ বহু কেইখন ছবিত অভিনয় কৰিছে। দুয়োৰে সম্পৰ্কও মধুৰ হৈ পৰিছিল। ধৰ্মেন্দ্ৰ পূৰ্বৰে পৰাই ৰোমাণ্টিক হিৰো আছিল। কম বয়সতে  কেৰিয়াৰ আৰম্ভ কৰা অভিনেতাগৰাকীয়েবলীউডৰ উজ্জ্বল তাৰকাসকলৰ মাজৰে এজন হৈ পৰিছিল। 

    তেওঁৰ ব্যক্তিত্ব এতিয়াও অতুলনীয়।তেওঁৰ পেছাদাৰী জীৱন বহুতৰে বাবে  চৰ্চাৰ বিষয় আছিল।  তেওঁৰ ব্যক্তিগত জীৱনকলৈও বহুতে আজিও আকৰ্ষণ অনুভৱ কৰে। ধৰ্মেন্দ্ৰই ১৯ বছৰ বয়সত প্ৰকাশ কৌৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। পিছত  তেওঁ হেমা মালিনীক লগ পাইছিল আৰু  ১৯৮০ চনত হেমা মালিনীৰ সৈতেও বিবাহ পাশত আৱদ্ধ হৈছিল ।

     ধৰ্মেন্দ্ৰই অৱশ্যে কেতিয়াও তেওঁৰ প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ দিয়া নাছিল। অভিনেত্ৰী তনুজাই  এক সাক্ষাৎকাৰত ধৰ্মেন্দ্ৰৰ বিষয়ে বহু কথাই  কৈছিল । যেতিয়া তেওঁলোকে  একেলগে কাম কৰিছিল সেই সময়তে ধৰ্মেন্দ্ৰ তনুজাৰ প্ৰতিও আকৰ্ষিত হৈ পৰিছিল। । কিন্তু ধৰ্মেন্দ্ৰ বিবাহিত আছিল বাবেই তনুজাই তেওঁক বিশেষ  আসৈ দিয়া নাছিল।

    ধৰ্মেন্দ্ৰৰ বিষয়ে সাক্ষাৎকাৰটোত  তনুজাই কয়  "আমি দুলাল গুহাৰ চান্দ ঔৰ সূৰজৰ দৃশ্যগ্ৰহণ কৰি আছিলো। ধৰম আৰু মই বন্ধুসকলৰ সৈতে সুৰাপান কৰি আছিলো আৰু  আনন্দ কৰিছিলো। তেওঁ আনকি মোক তেওঁৰ পত্নী প্ৰকাশৰ সৈতে পৰিচয় কৰাই দিছিল। ছানী (দেওল) তেতিয়া মাত্ৰ পাঁচ বছৰীয়া আছিল, আনহাতে তেওঁৰ ছোৱালী লালিৰ বয়স প্ৰায় ছমাহ আছিল।"

    তনুজাই লগতে কয় , "এদিন তেওঁ মোৰ সৈতে আকৰ্ষিত  বুলি কৈছিল । আচৰিত হৈ মই তেওঁক চৰ মাৰি কৈছিলো, 'নিলাজ! মই আপোনাৰ পত্নীক জানো আৰু তুমি  মোক এনে কথা কোৱাৰ  ধৃষ্টতা কৰিছা'। লজ্জিত ধৰমজীয়ে তনুজাক ৰাখী পিন্ধাই  ভায়েক কৰি ল’বলৈ  কৈছিল। তেতিয়াৰে পৰাই দুয়ো ভায়েক-ভনীয়েকৰ দৰে হৈ পৰিছিল।

    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388