comScore
  • 'ৰাম' হ’বলৈ কিযে কৰা নাই ৰণবীৰে! মাছ-মাংস-মদ এৰিছে, খালি ভৰিৰে দৌৰিছে, কেতিয়াবা সাঁতুৰিছে , সংগ দিছে আলিয়াই

    মনোৰঞ্জন
    'ৰাম' হ’বলৈ কিযে কৰা নাই ৰণবীৰে! মাছ-মাংস-মদ এৰিছে,  খালি ভৰিৰে দৌৰিছে, কেতিয়াবা সাঁতুৰিছে , সংগ দিছে আলিয়াই
    ডিজিটেল ডেস্কঃ  'ৰাম' হোৱা মুখৰ কথা নহয়। ৰামৰ দৰে ধীৰ-স্থিৰ-বুদ্ধিসম্পন্ন হ’বলৈ সাধনাৰ প্ৰয়োজন। ৰণবীৰ কাপুৰেও সেয়ে  'ৰাম' হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে। হয়, ৰণবীৰ কাপুৰে এই মুহূৰ্তত 'ৰাম' হোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। 'এনিমেল'ৰ সফলতাৰ পিছত  তেওঁক 'ৰামায়ণ' ছবিখনত দেখা যাব। 

    শেহতীয়াকৈ ৰণবীৰৰ এটা ভিডিঅ' পোহৰলৈ আহিছে।ভিডিঅ’টোত  দেখা গৈছে যে ৰণবীৰে কেতিয়াবা খালি ভৰিৰে দৌৰিছে,  কেতিয়াবা চাইকেল চলাইছে, কেতিয়াবা পুখুৰীৰ পানীত জঁপিয়াই সাঁতুৰিছে। ৰণবীৰৰ এনে কঠোৰ পৰিশ্ৰমৰ সময়ত তেওঁৰ সৈতে তেওঁৰ পত্নী আলিয়া ভাটো আছে।পোহৰলৈ অহা ভিডিঅ'টোলৈ চাই  এয়া স্পষ্ট হৈছে  যে অভিনেতাজনে চহৰৰ  পৰা কিছু সময় আঁতৰত কটাইছে। 

      অভিনেতাজনে ছবিখনৰ বাবে ধনুৰ্বিদ্যা শিকি আছে। কেৱল সেয়াই নহয়, তেওঁ তেওঁৰ হিন্দী ভাষাৰ উচ্চাৰণো কিছু পৰিৱৰ্তন অনাৰ চেষ্টা কৰিছে।  ৰণবীৰে 'এনিমেল' ছবিখনৰ বাবে প্ৰায় ৭০ কোটি টকা লৈছিল। কিন্তু 'ৰামায়ণ'ত, ই তিনিগুণ বৃদ্ধি হৈ ২২৫ কোটি টকা হৈছে। এই ছবিখনৰ দৃশ্যগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন তথ্য আহি আছে। কেমেৰা, কাষ্টিং বা ভিজুৱেল ইফেক্ট – সকলো দিশতে এখন উল্লেখীয় ছবি হ’ব পাৰে  'ৰামায়ণ' ।  'ৰামায়ণ' ত ৰামৰ চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া ৰণবীৰে ইতিমধ্যে মদ-মাংস এৰিছে।
    indojawa88slot thailandmpo slotsv388mahjong ways 2slot777https://www.satudatadesa.com/link agen sbobet loginLink Agen Sabung Ayam OnlineMix ParlaySlot88SV388Agen SBOBETSlot777 Scatter HitamSabung Ayam Wala MeronAgen Mix ParlayScatter Hitamslot gacorsabung ayam onlineindojawa88sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388agen sbobet situs sabung ayam situs scatter hitam agen bola scatter hitam mahjong sabung ayam online 24 jam mix parlay slot terpercaya bandar sabung ayam sbobet88agen sbobet