• পত্নীৰ সৈতে পৃথক হোৱাৰ পাছত বাদশ্বাহে বিচাৰি পালে নতুন প্ৰেম! কোন এই সুন্দৰী?

    মনোৰঞ্জন
    পত্নীৰ সৈতে পৃথক হোৱাৰ পাছত বাদশ্বাহে বিচাৰি পালে নতুন প্ৰেম! কোন এই সুন্দৰী?
    ডিজিটেল ডেস্কঃ শক্তিশালী কণ্ঠৰ জৰিয়তে অনুৰাগীৰ মাজত অতি জনপ্ৰিয় ৰেপাৰ বাদশ্বাহ। তেওঁৰ গানবোৰত মানুহে নাচি ভাল পায়। বাদশ্বাহ নিজৰ কৰ্মৰ লগতে ব্যক্তিগত জীৱনক লৈও চৰ্চাত থাকে। পত্নীৰ সৈতে পৃথক হোৱাৰ পাছত ছিংগলৰ টেগ লাগিছিল বাদশ্বাহৰ। পাছে এতিয়া আৰু তেওঁ ছিংগল হৈ থকা নাই। এগৰাকী সুন্দৰী পঞ্জাবী অভিনেত্ৰীৰ লগত ডেটিং কৰি আছে বাদশ্বাহে। বাদশ্বাহৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছে পঞ্জাৱৰ সুন্দৰী অভিনেত্ৰী ঈশা ৰিখীৰ সৈতে।
    Badshah Is Dating Punjabi Actress Isha Rikhi, Has Told Family About His  Relationship: Report
    বন্ধুৰ এক পাৰ্টিৰ সময়ত দুয়ো চিনাকি হৈছিল। তাৰপাছত তেওঁলোকৰ মাজত বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠে। চিনেমা আৰু গানক লৈ দুয়োৰে মাজত একে ৰুচী থকা বাবে সোনকালেই দুয়োৰে মাজত খুব সোনকালে গঢ় লৈ উঠে বন্ধুত্ব । আৰু লাহে লাহে এই সম্পৰ্কই প্ৰেমৰ ৰূপ লয়।  জানিব পৰা মতে ইজনে সিজনৰ লগত প্ৰায় এবছৰ ধৰি ডেটিং কৰি আছে।

    বাদশ্বাহে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে বেছিকৈ ক’বলৈ ভাল নাপায়। তাৰমাজতে জানিব পৰা গৈছে যে দুয়োজনে পৰিয়ালৰ লোকক এই বিষয়ে জনাইছে। এই সম্পৰ্কক লৈ বাদশ্বাহ আৰু ঈশা অতি সুখী। উল্লেখ্য যে ২০১২ চনত জেচমিনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বাদশ্বাহ। ২০১৭ চনত তেওঁলোকৰ কন্যা জেছেমি গ্ৰেচ মাছিহ সিঙৰ জন্ম হয়। প্ৰায় দুবছৰ পূৰ্বে লকডাউনৰ সময়ত বাদশ্বাহ-জেচমিনৰ সম্পৰ্কত বিভাজনৰ খবৰ আহিছিল। ক'ভিড কালৰ পাছত জেচমিন নিজৰ কন্যাৰ সৈতে লণ্ডনলৈ স্থানান্তৰিত হয়। বাদশ্বাহৰ পত্নী জেচমিন এতিয়া সুকীয়াকৈ থাকে।
    Badshah Relationship News: Rapper Badshah dating Punjabi actress Isha Rikhi:  Report এতিয়া বাদশ্বাহ আৰু ঈশাৰ বিয়াখনলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে তেওঁলোকৰ অনুৰাগীসকলে। 








    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino onlineslot qrissbobet88sv388baccarat onlineslot maxwin