• ঘোৰ বিপদত তামান্না ভাটিয়া! চাইবাৰ চেলে প্ৰেৰণ কৰিছে চমন

    মনোৰঞ্জন
    ঘোৰ বিপদত তামান্না ভাটিয়া! চাইবাৰ চেলে প্ৰেৰণ কৰিছে চমন
    ডিজিটেল ডেস্ক : ঘোৰ বিপদত পৰিছে দক্ষিণ তথা বলিউদৰ মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া।

    তামান্নালৈ চাইবাৰ চেলে প্ৰেৰণ কৰিছে চমন।

    জানিব পৰা অনুসৰি ফেয়াৰ প্লে নামৰ এপত অবৈধভাৱে আই পি এল সম্প্ৰচাৰৰ অভিযোগত অভিনেত্ৰীগৰাকীলৈ চাইবাৰ চেলে চমন জাৰি কৰে।

    অহা ২৯ এপ্ৰিলত চাইবাৰ চেলত অভিনেত্ৰীগৰাকীক হাজিৰ হ'বলৈ চমনত উল্লেখ কৰে।

    ইতিমধ্যে অভিনেত্ৰীগৰাকীক সোধা-পোচাৰ বাবে মহাৰাষ্ট্ৰ চাইবাৰ চেলৰ গোটে মাতি পঠিওৱা বুলি জানিব পৰা গৈছে।

    যাৰ ফলত ভায়াকমৰ কোটি কোটি টকাৰ লোকচান হৈছিল।


    অভিনেতা সঞ্জয় দত্তকো একেটা গোচৰতে চমন কৰা হৈছিল যদিও তেওঁ নিজৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ উপস্থিত নহ’ল আৰু নতুন তাৰিখৰ দাবী জনায়।

    ২৩ এপ্ৰিলত মহাৰাষ্ট্ৰ চাইবাৰ চেলৰ সন্মুখত হাজিৰ হ’বলগীয়া আছিল সঞ্জয় দত্ত।