North East
World Bank has given fund of $9.3 billion for creating employment opportunities for the youth and women across the world…
Digital Desk: The World Bank has sanctioned
ডিজিটেল ডেস্ক: বলীউডৰ মোহময়ী অভিনেত্ৰী উৰ্বশী
ৰৌতেলা পুনৰবাৰ চিকাৰ হৈছে ট্ৰ’লৰ। ভাৰত আৰু পাকিস্তানৰ মাজত টি-২০ খেল চাবলৈ
ডুবাইত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী। ষ্টেডিয়ামত তেওঁক দেখাৰ লগে লগে বহি নাথাকিল
ট্ৰ’লাৰ আৰু মিমাৰ। ইতিমধ্যেই সামাজিক মাধ্যমৰ ট্ৰেণ্ডত আহি গ’ল অভিনেত্ৰীগৰাকী।
Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin">পিছে কিয় অভিনেত্ৰীগৰাকী সন্মুখীন হৈছে ট্ৰ’লৰ?
Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin">ইয়াৰ আঁৰতো আছে এক আমোদজনক কাৰণ। কিছুদিন
পূৰ্বে উৰ্বশীয়ে ইনষ্টাগ্ৰামত ask me anythingৰ এটা চেচন কৰিছিল। অনুৰাগীক বহু
প্ৰশ্নৰ উত্তৰো দিছিল অভিনেত্ৰীগৰাকীয়ে। তাৰ মাজতে এজন ইউজাৰে তেওঁক প্ৰিয় ক্ৰিকেটাৰ
কোন বুলি এক প্ৰশ্ন কৰিছিল। প্ৰশ্নটোৰ উত্তৰত উৰ্বশীয়ে কৈছিল যে তেওঁ ক্ৰিকেট
নাচায়। তেওঁ কোনো ক্ৰিকেটাৰকো চিনি নাপায়। অৱশ্যে তেওঁ শচীন তেণ্ডুলকাৰ আৰু বিৰাট
কোহলীক যথেষ্ট সন্মান কৰে।
Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;
mso-hansi-theme-font:minor-latin">পিছে দেওবাৰে ডুবাইৰ ক্ৰিকেট ষ্টেডিয়ামত
উৰ্বশীক দেখাৰ ট্ৰ’লাৰ আৰু মিমাৰৰ আক্ৰমণৰ বলি হ’ল অভিনেত্ৰীগৰাকী। উল্লেখযোগ্য যে,
ভাৰতীয় ক্ৰিকেট দলৰ এজন ক্ৰিকেটাৰৰ সৈতে উৰ্বশীৰ মধুৰ সম্পৰ্ক আছে বুলি বিভিন্ন
সময়ত এক গুজব উলাইছিল। কেৱল সেয়াই নহয়, দুয়োৰে মাজত সামাজিক মাধ্যমত এক শিতল যুদ্ধও
দেখিবলৈ পোৱা গৈছিল। তেনে সময়ছোৱাত ট্ৰ’লাৰ সকলক অভিনেত্ৰীগৰাকীয়ে কিদৰে মুখ বন্ধ
কৰে সেইয়া লক্ষণীয় হ’ব।
Leave A Comment