• পুৰুষতকৈ মহিলাৰ থাইৰয়ডৰ আশংকা বেছি, কিন্তু কিয়? জানো আহক...

    স্বাস্থ্য
    পুৰুষতকৈ মহিলাৰ থাইৰয়ডৰ আশংকা বেছি, কিন্তু কিয়? জানো আহক...

    ডিজিটেল
    ডেস্ক
    : প্ৰায়ে দেখা যায় যে পুৰুষতকৈ মহিলাৰ থাইৰয়ডৰ
    সমস্যা বেছি। কিন্তু
    কিয়? এই সন্দৰ্ভত
    আমি দিল্লীৰ চি কে বিৰলা হস্পিতালৰ জ্যেষ্ঠ বিশেষজ্ঞ ডাঃ ৰাজীৱ গুপ্তাই থাইৰয়ডৰ কিছুমান
    সাধাৰণ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিছে। জানো আহক।



     মহিলাৰ
    ক্ষেত্ৰত থাইৰয়ড কিয় বেছি হয়
    ?



    পুৰুষতকৈ
    মহিলাৰ থাইৰয়ডৰ সমস্যা বেছি। কিন্তু
    mso-bidi-theme-font:minor-bidi;mso-bidi-language:AS">, mso-bidi-language:AS">ইয়াৰ বহু কাৰণ দেখা যায়, যিবোৰ তেওঁলোকৰ হৰম’নৰ স্বাস্থ্য mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi;mso-bidi-language:
    AS">,
    জীৱনশৈলী mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi;mso-bidi-language:
    AS">,
    গৰ্ভাৱস্থা আৰু ৰজোনিবৃত্তিৰ সৈতে জড়িত।
    এই সকলোবোৰ অৱস্থাই থাইৰয়ড ৰোগৰ সূচনা আৰু সৃষ্টি কৰিব পাৰে। এই সময়ত মহিলাৰ শৰীৰত
    থাইৰয়ড হৰম’ন দ্ৰুতগতিত বৃদ্ধি আৰু কমিবলৈ আৰম্ভ কৰে আৰু ই বিপাকীয় কাৰ্য্যকলাপত
    পৰিৱৰ্তন আনে
    mso-bidi-language:AS">, যাৰ ফলত আপুনি
    মেদবহুলতা বা পাতল হ’ব পাৰে। কিন্তু হাইপোথাইৰয়ডিজম বেছিভাগ মহিলাৰ ক্ষেত্ৰত দেখা
    যায়
    mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi;mso-bidi-language:
    AS">,
    য’ত বহু ধৰণৰ লক্ষণ দেখা দিব পাৰে। mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi;mso-bidi-language:
    AS">



    *
    মহিলাৰ হাইপ’থাইৰয়ডিজমৰ লক্ষণ-
    minor-bidi;mso-bidi-language:AS">



    হাইপোথাইৰয়ডিজম mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi;mso-bidi-language:
    AS">,
    যাক আণ্ডাৰএক্টিভ থাইৰয়ড বুলিও কোৱা হয় mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi;mso-bidi-language:
    AS">,
    তেতিয়া হয় যেতিয়া থাইৰয়ড গ্ৰন্থিয়ে
    আপোনাৰ শৰীৰৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ থাইৰয়ড হৰম’ন পৰ্যাপ্ত পৰিমাণে তৈয়াৰ নকৰে।
    ইয়াৰ বাবে বহু ধৰণৰ লক্ষণ (মহিলাৰ হাইপোথাইৰয়ডিজমৰ লক্ষণ) শৰীৰত দেখা পোৱা যায়।
    mso-bidi-language:AS">



    *
    কেনেকৈ জানিব
    mso-bidi-language:AS">?



    ১.
    সকলো সময়তে ভাগৰুৱা হৈ থকা
    minor-bidi;mso-bidi-language:AS">



    ২.
    অতি ঠাণ্ডা বা গৰম অনুভৱ কৰা
    minor-bidi;mso-bidi-language:AS">



    ৩.
    দ্ৰুত ওজন বৃদ্ধি
    minor-bidi;mso-bidi-language:AS">



    ৪.
    কোষ্ঠকাঠিন্য
    mso-bidi-language:AS">



    ৫.
    পেশীৰ বিষ আৰু দুৰ্বলতা
    minor-bidi;mso-bidi-language:AS">



    *
    থাইৰয়ডৰ পৰা হাত সাৰিবলৈ কি কৰিব?



    থাইৰয়ডৰ
    পৰা আঁতৰি থাকিবলৈ প্ৰথমে নিজৰ জীৱনশৈলী শুধৰণি কৰক। ইয়াৰ বাবে ভিটামিন-চি আৰু ভিটামিন-এ
    সমৃদ্ধ বস্তু সেৱন কৰিব লাগে। যেনে-বিলাহী
    mso-bidi-theme-font:minor-bidi;mso-bidi-language:AS">, mso-bidi-language:AS">কণী minor-bidi;mso-bidi-language:AS">, ভেণ্ডি mso-bidi-font-family:Arial;mso-bidi-theme-font:minor-bidi;mso-bidi-language:
    AS">,
    কচু ইত্যাদি। ইয়াৰ উপৰি সময়মতে ব্ৰেকফাষ্ট
    তথা ব্যায়াম কৰক। ইয়াৰ উপৰি বছৰত এবাৰ থাইৰয়ড পৰীক্ষা কৰোৱা উচিত।
    mso-bidi-language:AS">