International
Instead of countering with arguments, Marwat used physical force to strike Khan in the head in return...
কাবুল : আফগানিস্তান পুনৰ হৈ পৰিছে অশান্ত৷ আজি কাবুল বিমানবন্দৰত আত্মঘাটী বিস্ফোৰণক লৈ পুনৰ আতংকই বিৰাজ কৰিছে৷ বিমানবন্দৰৰ প্ৰৱেশদ্বাৰত সংঘটিত হয় বিস্ফোৰণ৷
ভাৰত-ইটালীৰ বিমান আক্ৰমণৰ পাছত এই বিস্ফোৰণ ঘটে৷ আমেৰিকাই বিস্ফোৰণৰ কথা নিশ্চিত কৰিছে৷ পূৰ্বে ৪ দেশে আক্ৰমণৰ আশংকা কৰিছিল৷ শুদ্ধ প্ৰমাণিত হ'ল আমেৰিকা, ব্ৰিটেইনৰ আশংকা ৷
এই বিস্ফোৰণত বহু লোক হতাহত হোৱাৰ সন্দেহ কৰা হৈছে। বিস্ফোৰণৰ পাছতে তালিবানে গুলীবৰ্ষণ কৰে।
Leave A Comment