• ক'ভিডত আক্ৰান্ত হৈ আণ্ডাৰৱ’ৰ্ল্ড ডন ছোটা ৰাজনৰ মৃত্যু

    আন্তঃৰাষ্ট্ৰীয়
    ক'ভিডত আক্ৰান্ত হৈ আণ্ডাৰৱ’ৰ্ল্ড ডন ছোটা ৰাজনৰ মৃত্যু

    নতুন দিল্লী : আণ্ডাৰৱ’ৰ্ল্ড ডন ৰাজেন্দ্ৰ নিকালজে ওৰফে ছোটা ৰাজন ক'ভিড-১৯ৰ ফলত মৃত্যু হয়৷ দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সেছ (এইমছ)ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় তেওঁ৷ ৬২ বছৰীয়া ৰাজন ২৬ এপ্ৰিলত কৰ'না ভাইৰাছ আক্ৰান্ত হৈছিল বুলি আৰু তাৰ পাছত প্ৰিমিয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।





    ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ সাজু বৰপেটা চিকিৎসা মহাবিদ্যালয়





    তিহাৰৰ সহকাৰী কাৰাগাৰজনে সত্ৰ আদালতক টেলিফোনযোগে এই বাৰ্তা জনোৱাৰ পাছত ২৬ এপ্ৰিলত ৰাজনৰ এইমছত ভৰ্তি হোৱা বুলি জানিবলৈ পোৱা গৈছিল৷





    ধুবুৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ ধন





    ৰাজন মধুমেহ, হৃদযন্ত্ৰৰ সমস্যা, বৃক্কৰ বিফলতা, হাৰ্নিয়া, লেপাৰোটমী আৰু উচ্চ ৰক্তচাপকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছিল।