• ভাৰতৰ পৰা যোৱা সকলো লোকৰ বাবে দুৱাৰ বন্ধ কৰিছে নিউজিলেণ্ডে !

    আন্তঃৰাষ্ট্ৰীয়
    ভাৰতৰ পৰা যোৱা সকলো লোকৰ বাবে দুৱাৰ বন্ধ কৰিছে নিউজিলেণ্ডে !

    কৰ’নাৰ সংক্ৰমণে বহিঃৰ্বিশ্বৰ সৈতে পুনৰ সংযোগ ব্যাহত কৰাৰ উপক্ৰম ঘটাইছে ভাৰতৰ। এইবাৰ ভাৰতৰ পৰা যোৱা সকলো লোকৰ বাবে দুৱাৰ বন্ধ কৰিছে নিউজিলেণ্ডে।





    আৰু পঢ়িব পাৰিব : তেজপুৰত দুৰ্ঘটনাত নিহত দুজন, এজনৰ অৱস্থা সংকটজনক





    আনকি, ভাৰতত থকা নিউজিলেণ্ডৰ নাগৰিকেও সাময়িকভাৱে প্ৰৱেশ কৰিব নোৱাৰিব ভাৰতত। দুসপ্তাহৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰিছে নিউজিলেণ্ডে।





    আৰু পঢ়িব পাৰিব : পুনৰ ক’ভিডৰ ত্ৰাস! অনিশ্চয়তাৰ দিশে ৰাজ্যৰ জনগণ






    দেশখনৰ সীমান্তত ২৩টা ক’ভিড সংক্ৰমণৰ ঘটনা ধৰা পৰাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰে।