• শত্ৰুতা পাহৰি ভাৰতৰ সৈতে থকাৰ বাৰ্তা পাক প্ৰধানমন্ত্ৰীৰ...

    আন্তঃৰাষ্ট্ৰীয়
    শত্ৰুতা পাহৰি ভাৰতৰ সৈতে থকাৰ বাৰ্তা পাক প্ৰধানমন্ত্ৰীৰ...

    ইছলামাবাদ : চৌদিশে মৃত্যু মিছিল|ক'ভিড-১৯ৰ দ্বিতীয় ঢৌত আক্ৰান্ত ভাৰতৰ অৱস্থা থৰক বৰক|বিগত ২৪ঘন্টাত দেশত আক্ৰান্ত হৈছে প্ৰায় ৩লাখ ৫০হেজাৰ জন |এই পৰিস্থিতিতে ভাৰতৰ সৈতে থকাৰ বাৰ্তা প্ৰেৰণ কৰিছে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে|





    আৰু পঢ়িব পাৰিব:  বোৱাৰীক হত্যা কৰি ঘৰৰ সকলো সামগ্ৰী লৈ পলায়ন স্বামীৰ পৰিয়াল





    তেওঁ সদৰি কৰিছে যে-'বিশ্বৰ সকলো শক্তি একগোট হৈ এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিব লাগিব|মানবীয় দৃষ্টিভংগীৰে এই যুজঁত অৱতীৰ্ণ হ'লে জয়ী হোৱাতো সম্ভৱ|'





    আৰু পঢ়িব পাৰিব: টকা নিদিয়াৰ বাবে পিতৃক হত্যা কৰিলে দুই পাষণ্ড পুত্ৰই





    পাকিস্তানৰ এই ঘোষণাৰ কেইঘন্টামান পূৰ্বে চীনৰ প্ৰধানমন্ত্ৰী শি জিনপিং-ও ভাৰতলৈ সাহাৰ্য্যৰ হাত আগবঢ়াইছে| জিনপিঙে ক'ভিদ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তেওঁ ভাৰতৰ পক্ষত আছে বুলি সদৰি কৰিছে|