• ৭০ গৰাকীকৈ নাৰীক হত্যা কৰি পুতি থৈছিল এইগৰাকী আমেৰিকান লোকে! নিজৰ জীয়েকে প্ৰকাশ কৰিলে অভিযোগ

    আন্তঃৰাষ্ট্ৰীয়
    ৭০ গৰাকীকৈ নাৰীক হত্যা কৰি পুতি থৈছিল এইগৰাকী আমেৰিকান লোকে! নিজৰ জীয়েকে প্ৰকাশ কৰিলে অভিযোগ

    mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
    mso-hansi-font-family:Arial;color:#2E2E2E;mso-bidi-language:AS">ডিজিটেল ডেস্কঃ নিজৰ
    দেউতাকে ৭০ গৰাকীকৈ নাৰীক হত্যা কৰাৰ অভিযোগ তুলিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী
    মহিলাই। লুচী ষ্টুডে’ নামৰ মহিলাগৰাকীয়ে কয় যে তেওঁৰ দেউতাক ডণাল্ড ডীন ষ্টুডে’ই
    দীৰ্ঘদিন ধৰি এই  কাণ্ড কৰি আহিছে।
    "Times New Roman";mso-bidi-font-family:Vrinda;color:#2E2E2E;mso-bidi-language:
    AS">



    mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
    mso-hansi-font-family:Arial;color:#2E2E2E;mso-bidi-language:AS">আমেৰিকা
    যুক্তৰাষ্ট্ৰৰ আইঅ’ৱা প্ৰদেশৰ বাসিন্দা ডণাল্ড ডীন ষ্টুডে’ই যোৱা ৩০ বছৰত ৭০
    গৰাকীকৈ মহিলাক হত্যা কৰিছে বুলি জানিব পৰা গৈছে। তদুপৰি মহিলাক হত্যা কৰাৰ পাছত
    নিজৰ সন্তানৰ সহায়ত মৃতদেহসমূহ পুতি ৰাখে বুলিও অভিযোগ উঠিছে।
    "Times New Roman";mso-bidi-font-family:Vrinda;color:#2E2E2E;mso-bidi-language:
    AS">



    mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
    mso-hansi-font-family:Arial;color:#2E2E2E;mso-bidi-language:AS">“মই জানো ক’ত
    ক’ত মৃতদেহসমূহ পুতি ৰখা হৈছে।”- এখন সংবাদপত্ৰক এইদৰে জনাইছে ডণাল্ডৰ কন্যা
    লুচীয়ে।
    mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:Vrinda;
    color:#2E2E2E;mso-bidi-language:AS">



    mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
    mso-hansi-font-family:Arial;color:#2E2E2E;mso-bidi-language:AS">মৃতদেহসমূহক
    মাটিত পুতি থওঁতে বিভিন্ন অলংকাৰেৰে সজাই পৰাই তোলা হয় বুলিও তেওঁ চাঞ্চল্যকৰভাৱে
    জনায়।
    mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:Vrinda;
    color:#2E2E2E;mso-bidi-language:AS">



    mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
    mso-hansi-font-family:Arial;color:#2E2E2E;mso-bidi-language:AS">অৱশ্যে লুচীৰ
    দেউতাক ডণাল্ড বৰ্তমান জীৱিত নহয়। ২০১৩ চনত ৭৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।
    "Times New Roman";mso-bidi-font-family:Vrinda;color:#2E2E2E;mso-bidi-language:
    AS">



    mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
    mso-hansi-font-family:Arial;color:#2E2E2E;mso-bidi-language:AS">বৰ্তমান বিষয়টো
    লৈ অনুসন্ধান চলি আছে। আৰক্ষীয়ে প্ৰকাশ কৰামতে, ডণাল্ডে যৌনকৰ্মীসকলক মাতি আনি
    হত্যাকাণ্ডসমূহ কৰিছিল।
    mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:Vrinda;
    color:#2E2E2E;mso-bidi-language:AS">



    mso-ascii-font-family:Arial;mso-fareast-font-family:"Times New Roman";
    mso-hansi-font-family:Arial;color:#2E2E2E;mso-bidi-language:AS">যদি সমস্ত
    অভিযোগ প্ৰমাণিত হয়, তেন্তে ডণাল্ড আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত অন্যতম
    শীৰ্ষস্থানীয় ছিৰিয়েল কীলাৰ হিচাপে বিবেচিত হ’ব।
    mso-bidi-font-family:Vrinda;color:#2E2E2E;mso-bidi-language:AS">